গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ দাখিল

শেহতীয়াকৈ গুৱাহাটী ভ্ৰমণৰ সময়ত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে অসমৰ সাধাৰণ নাগৰিকে সন্মুখীন হোৱা কষ্টৰ উল্লেখ কৰি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ...

Read moreDetails

আই আই আই টি-গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সামৰিলে অধ্যাপক গৌতম বৰুৱাই

অসমৰ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি) গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিলে অধ্যাপক গৌতম বৰুৱাই। আই আই...

Read moreDetails

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱা; কেইখনমান ৰে’লৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান

গ্ৰীষ্মকালীন ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে এখন ৰে'ল গুৱাহাটী আৰু এছএমভিটি...

Read moreDetails

দিশপুৰ মহাবিদ্যালয় আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ উদ্যোগত ‘ভাৰত-ভূটান’ সাংস্কৃতিক বিনিময় কাৰ্যসূচী সম্পন্ন

দিশপুৰ মহাবিদ্যালয় আৰু ভাৰত ভূটান মৈত্ৰী সংস্থাৰ বুজাবুজি চুক্তিৰ অংশ হিচাবে ভূটানৰ চানদ্ৰুপ জংখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা বুধবাৰে...

Read moreDetails

দুৰ্ভাগ্যজনক ঘটনা! হোষ্টেলৰ কোঠাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰৰ মৃতদেহ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ। ছাত্ৰজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ...

Read moreDetails

অসম চৰকাৰৰ ফাৰ্মাচী নিয়মাৱলী স্থগিত ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে; গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক দিলে ফাৰ্মাচী কাউন্সিলত পঞ্জীয়নৰ অনুমতি

ফাৰ্মাচী শিক্ষা সন্দৰ্ভত অসম চৰকাৰৰ নিয়মাৱলীৰ ওপৰত অস্থায়ী স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই নিয়মসমূহৰ ভিতৰত আছিল ব্যক্তিগত বিশ্ববিদ্যালয়...

Read moreDetails

প্ৰাৰ্থীৰ সম্পত্তিৰ সবিশেষ জনাৰ অধিকাৰ নাই ভোটাৰৰ; ক’লে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ সকলো সম্পত্তিৰ বিষয়ে জনাটো ভোটাৰৰ অধিকাৰ নাই। প্ৰাৰ্থী পদৰ সৈতে জড়িত নোহোৱা বিষয়সমূহ গোপনীয় ৰখাৰ অধিকাৰ...

Read moreDetails

আদৰ্শ আচৰণ বিধি ‘উলংঘা’ৰ বাবে অসম বিজেপিলৈ জাননী জাৰি মুখ্য নিৰ্বাচনী বিষয়াৰ

চিপিআই-এমে উত্থাপন কৰা আদৰ্শ আচৰণ বিধি (এমচিচি) উলংঘা কৰাৰ অভিযোগৰ পাছতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই শাসকীয় বিজেপিক কাৰণ দৰ্শোৱাৰ জাননী...

Read moreDetails

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত গোচৰ প্ৰত্যাহাৰ কৰিলে মাতৃয়ে

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰায় এবছৰৰ পিছত নগাঁৱৰ জখলাবন্ধা থানাত দাখিল কৰা গোচৰটো মাতৃয়ে প্ৰত্যাহাৰ কৰা বুলি জানিব...

Read moreDetails

ধুমুহা-বৰষুণত ভাঙি পৰিল গুৱাহাটী বিমানবন্দৰৰ চিলিং; বিপৰ্যয়ক লৈ আদানী গোষ্ঠীক কটাক্ষ কংগ্ৰেছৰ

ধাৰাসাৰ বৰষুণৰ মাজতে দেওবাৰে গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত ফলছ চিলিঙৰ এটা অংশ ভাঙি পৰে।...

Read moreDetails
Page 87 of 124 1 86 87 88 124

Stay Connected

Recent News