স্বাস্থ্য

কি ঘটিছিল! জিএমচিএইচত ২৪ ঘন্টাৰ ভিতৰতে ১২জন কোভিড-১৯ ৰোগীৰ মৃত্যু

যোৱা ২৪ ঘন্টাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত (জিএমচিএইচ) মুঠ ১২জন ৰোগীৰ কোভিড-১৯ৰ ফলত মৃত্যু ঘটিছে। জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই...

Read moreDetails

বিশ্বনাথৰ এখন গাঁৱত আজিৰ দিনটোতে ৬ গৰাকী শিশুৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ

বিশ্বনাথত ভয়াবহ ৰূপ ধাৰণ কৰিছে কভিড-১৯ৰ সংক্ৰমণে। বিশ্বনাথ ঘাটৰ নতুন গাওঁত ছটাকৈ শিশুৰ দেহত ধৰা পৰিছে কভিড ১৯ পজিটিভ। ৰাজ্যৰ...

Read moreDetails

কন্টেইনমেন্ট জ’নৰ দৰিদ্ৰ লোক খাদ্য সংকটত; প্ৰশাসনে খাদ্য-সামগ্ৰী যোগান নধৰাৰ অভিযোগ

টীয়কৰ কাৱৈমাৰী অঞ্চলত ৩১জনকৈ লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছত যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ'ন হিচাপে...

Read moreDetails

দেশত কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা এহাজাৰৰ তললৈ নামিল; হ্ৰাস পালে সংক্ৰমণৰ হাৰ

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবঢ়াৰ সময়তে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনাই আৰু আশাৰ ৰেঙণি কঢ়িয়াই...

Read moreDetails

বোকাখাতত ক’ভিড প্ৰট’কল ধোঁৱাচাঙত: সমগ্ৰ মহকুমা কন্টেইনমেন্ট জ’ন; আজিৰে পৰা সম্পূৰ্ণ লকডাউন

ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমতো ক'ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰিত হোৱাৰ সময়ত বোকাখাত মহকুমাত সংক্ৰমণ নিয়ন্ত্ৰণত ব্যৰ্থ প্ৰশাসন ৷ যি সময়ত ৰাজ্যত...

Read moreDetails

দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম; ২৪ ঘন্টাত মৃত্যু ১২৫৮জনৰ

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবঢ়াৰ সময়তে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ কেইদিনৰ তুলনাত পুনৰ...

Read moreDetails

ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল; মৃত্যুৰ সংখ্যা কিমান?

ৰাজ্যৰ কোভিড পৰিস্থিতি সামগ্ৰিকভাবে উন্নতি ঘটাৰ লগে লগে এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও ক্ৰমে হ্ৰাস পাই আহিছে। সেইদৰে পজিটিভিটিৰ হাৰো...

Read moreDetails

ৰাজ্যত ভুৱা চিকিৎসকৰ উজান! এইবাৰ শালনা চাহ বাগিছাত ভুৱা চিকিৎসক ৰাজুক গ্ৰেপ্তাৰ

শালনা চাহ বাগিছাত চিকিৎসা প্ৰদান কৰি অহা এগৰাকী ভুৱা চিকিৎসকক আজি নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে আটক কৰে ৷ চামগুৰি আৰক্ষী...

Read moreDetails

কৰ’না বিয়পোৱাৰ পুৰষ্কাৰ! সৰ্বোচ্চ সন্মানৰ বাবে মনোনীত য়ুহানৰ গৱেষণাগাৰ

সমগ্ৰ বিশ্বকে কৰ’নাৰ আতংকই সন্ত্ৰস্ত কৰি ৰাখিছে। অতিমাৰীৰ ফলত বিশ্বৰ উন্নত দেশসমূহেও আনকি মুখ উলিয়াব নোৱাৰা অৱস্থা। চীনৰ ‘য়ুহান ইনষ্টিটিউট...

Read moreDetails

ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত; মৃত্যুৰ সংখ্যা কিমান?

সামগ্ৰিকভাবে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও হ্ৰাস পাই আহিছে। সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস...

Read moreDetails
Page 167 of 303 1 166 167 168 303

Stay Connected

Recent News