• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত ক’ভিডৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ; গাঁৱে গাঁৱে প্ৰশাসনৰ দলৰ তহল

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 12, 2021 3:54 pm
Teok administration against Covid violation

ফটো: নৰ্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটত জিলাখনক যদিও ৰেড জ’ন ঘোষণা কৰা হৈছিল তৎসত্তেও দৈনিক বৃদ্ধি পাবলৈ লৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

যোৱা কেইবাদিনো ধৰি গড়ে দুই শতাধিক লোক সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন।

Apply Now

উল্লেখযোগ্য সোমবাৰৰ পৰা দুদিনকৈ সম্পুৰ্ণ লকডাউন ঘোষণা কৰাৰ লগতে জিলাখনৰ হট স্পট ৰূপে পৰিগণিত হোৱা গ্রাম্যাঞ্চলসমূহত আৰক্ষী, চি আৰ পি এফ, এন ডি আৰ এফ বাহিনীৰ সহযোগত তহল দি সকলোকে ক’ভিড বিধি অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।

সেইদৰে, যোৰহাট-শিৱসাগৰ সীমাৱৰ্তী অঞ্চল জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বিভিন্ন যান-বাহন ৰখাই সোধা পোচা অব্যাহত ৰাখিছে প্ৰশাসনৰ দলে।

উল্লেখ্য যে এটা সপ্তাহৰ বাবে অসমৰ সাতখনকৈ জিলা ৰেড জ’ন ঘোষণা কৰিছিল অসম চৰকাৰে য’ত যোৰহাট জিলাও অৰ্ন্তভূক্ত আছিল। বিগত পাঁচটা দিনে  সংক্ৰমণৰ হাৰ কিছু কমিছে যদিও সাধাৰণ ৰাইজক বিশেষ সতৰ্কতা অৱলম্বন  কৰাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd