ৰাজ্যখনত নতুনকৈ আৰু ৩৬৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰে ১৩৪গৰাকী মহানগৰী গুৱাহাটীৰ। ৰাজ্যখনত বৰ্তমান কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ...
Read moreDetailsনাগালেণ্ডত শুকুৰবাৰে নতুনকৈ চাৰিগৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। মঙলবাৰে পৰীক্ষাৰ বাবে গ্ৰহণ কৰা ২৫৯টা নমুনাৰ ভিতৰত এই নতুন চাৰিটা পজিটিভ...
Read moreDetailsৰোগবিধৰ ওচৰত এতিয়া বিশ্বই হাৰ মানিছে। কাৰণ ৰোগবিধৰ কোনো দৰৱ নাই। ইয়াৰ মাজতো আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতে। দৰৱ বিহীন,...
Read moreDetailsকৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষিপ্ৰতা বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে হোম কোৱাৰেন্টাইনৰ নিয়মৰ সালসলনি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে বৰ্তমান পৰিস্থিতি আৰু...
Read moreDetailsদেশত এতিয়া বতাহৰ গতিত সংক্ৰমিত হৈছে মাৰাত্মক কৰ’না ভাইৰাছ। প্ৰতিদিনে কৰ’না ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। দেশৰ...
Read moreDetailsগুৱাহাটীত ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ২৩৮ গৰাকী লোক কৰ'নাত আক্ৰান্ত হৈছে। সমগ্ৰ ৰাজ্যত নতুনকৈ কৰ'নাত আক্ৰান্ত হৈছে ৪৭৯ গৰাকী লোক।...
Read moreDetailsৰাজ্যখনত কোভিড-১৯ পজিটিভৰ ঘটনা দ্ৰুতভাৱে বৃদ্ধি পাবলৈ লৈছে। সেইদৰে এই মাৰাত্মক ভাইৰাছত প্ৰতিৰক্ষা তথা আৰক্ষী বিষয়াকে ধৰি বিভিন্ন শ্ৰেণীৰ লোক...
Read moreDetailsকৰ’না ভাইৰাছে সংহাৰৰ সৃস্টি কৰা ভাৰতবৰ্ষত এতিয়ালৈকে ৬ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে। শেহতীয়াকৈ কৰ’না ভাইৰাছে প্ৰাণ কাঢ়ি নিলে ভাৰতীয়...
Read moreDetailsঅসমত আজি আৰু দুগৰাকী কোভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যু হৈছে। আজি মৃত্য হোৱা লোক দুগৰাকীৰ এগৰাকী প্ৰভুদয়াল ভিদৱাটকা (৭৮) আৰু আন...
Read moreDetailsকৰ’না ভাইৰাছত আক্ৰান্ত লোক সকলৰ প্ৰতি এতিয়াও বহুতে নেতিবাচক মনোভাৱ গ্ৰহণ কৰি আহিছে। তাৰেই শেহতীয়া উদাহৰণ পোৱা গ’ল কলকাতাত। কলকাতাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd