আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ

পেলেষ্টাইনস্থিত ভাৰতীয় মিছনৰ ভিতৰত দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত মুকুল আৰ্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভিজ্ঞ কূটনীতিবিদ জনৰ কিদৰে মৃত্যু হয় এই...

Read more

কপিলদেবক অতিক্ৰমি মোহালিত ভাৰতৰ দ্বিতীয় সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী হ’ল অশ্বিন

কিংবদন্তি কপিলদেবক অতিক্ৰম কৰি অভিলেখ গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে। দেওবাৰে মোহালিত শ্ৰীলংকাৰ ইনিংছত পাথুম নিশাংকাক ছয় ৰাণত পেভলি.নলৈ পঠিয়াই অশ্বিনে কপিলদেবৰ...

Read more

কিয় দেশখনত ফেচবুক-টুইটাৰ নিষিদ্ধ কৰিলে ৰাছিয়াই? ‘মেটা’ৰ কি প্রতিক্রিয়া?

ৰাছিয়াৰ চৰকাৰে দেশখনত ফেচবুক আৰু টুইটাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।ৰাছিয়াৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক সংস্থা ৰস্কোমনাজে এইকথা জানিবলৈ দিছে। কিন্তু কিয়...

Read more

‘ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা যুদ্ধৰ সমান’: পাশ্চাত্যক সকীয়ালে পুটিনে

ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ দেশখনৰ ওপৰত পশ্চিমীয়া দেশবোৰে এটাৰ পিছত আন এটা নিষেধাজ্ঞা আনিছে। ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিছে।...

Read more

প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

কেইবাটাও সন্ত্ৰাসবাদী সংগঠনক লৈ গঠিত আফগানিস্তানৰ তালিবান চৰকাৰৰ মাজত হাক্কানি গোষ্ঠী আটাইতকৈ শক্তিশালী হিচাপে পৰিচিত। অতি সংৰক্ষণশীল মৌলবাদী সন্ত্ৰাসবাদী গোষ্ঠী...

Read more

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰাক্তন ইউক্ৰেনীয় প্ৰধানমন্ত্ৰীৰ

ইউক্ৰেইনস্থিত ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প আক্ৰমণৰ বাবে ৰাছিয়াক উচতনি দিয়া হৈছিল। আৰু এই উচতনি দিছিল খোদ ইউক্ৰেইন ৰাষ্ট্ৰপতি ভলোডিমি...

Read more

পৰম্পৰা ভংগ কৰি আধুনিকতাৰ দিশত এখোজ! চৌদী আৰৱত উপলব্ধ হ’ব সুৰা, গাহৰি মঙহ!

এইবাৰ মুছলমানসকলৰ পীঠস্থান তথা হজৰত মহম্মদৰ জন্মস্থলী চৌদী আৰৱত উপলব্ধ হ’ব সুৰা। কেৱল সেয়াই নহয়, সুৰাৰ স’তে থাকিব গাহৰি মাংস...

Read more

কিংবদন্তী শ্বেন ৱাৰ্নলৈ ‘ৰকষ্টাৰ জাদেজা’ৰ শতকীয় শ্ৰদ্ধাঞ্জলি

২০০৮ চনৰ প্ৰথম বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। কিংবদন্তী লেগ স্পিনাৰ শ্বেন ৱাৰ্নৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছত ১৯ বৰ্ষীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা।...

Read more

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: সাময়িক যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

যুদ্ধৰ দাবানলৰ মাজতে আজি ইউক্ৰেইনত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ইউক্ৰেইনৰ মাৰিঅ’পোল আৰু ভলনোভাকা চহৰৰ পৰা সাধাৰণ নাগৰিকক...

Read more

আমেৰিকাৰ চিনেটত বক্তৱ্য ৰাখিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে

আমেৰিকান কংগ্ৰেছৰ উচ্চ সদন চিনেটত ভিডিঅ’ টেলিকনফাৰেন্সিং ছফটৱেৰ ‘জুম’ৰ জৰিয়তে আজি বক্তব্য ৰাখিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। যোৱা ২৪ ফেব্ৰুৱাৰীত...

Read more
Page 307 of 316 1 306 307 308 316

Recent News