DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বেখ হাছিনাৰ সৈতে জয়শংকৰৰ বৈঠক; অসম তথা উত্তৰ-পূৰ্বাঞ্চলকলৈ কি আলোচনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2022 1:07 pm
শ্বেখ হাছিনাৰ সৈতে জয়শংকৰৰ বৈঠক; অসম তথা উত্তৰ-পূৰ্বাঞ্চলকলৈ কি আলোচনা?
127
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত বৃহস্পতিবাৰে ঢাকাত অনুষ্ঠিত এক বৈঠকত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত দুয়োখন দেশৰ স্বাৰ্থ আগত ৰাখি দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তৰ্জাতিক বিষয়সমূহত মতামত বিনিময় কৰা হয়।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে চট্টগ্ৰাম সাগৰীয় বন্দৰ ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁলোকে জানিবলৈ দিছে।  

লগতে পঢ়ক: কংগ্ৰেছক নেতৃত্ব দিয়াৰ বাবে ৰাহুল-প্ৰিয়ংকা নহয়, আন নামহে প্ৰস্তাৱ কৰিছিল প্ৰশান্ত কিশোৰে!

জয়শংকৰৰ সৈতে হোৱা বাৰ্তালাপত শ্বেখ হাছিনাই কয়,’’যাতায়ত বৃদ্ধি হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম, ত্ৰিপুৰাৰ দৰে ৰাজ্যসমূহে চট্টগ্ৰাম সাগৰীয় বন্দৰত প্ৰৱেশ কৰিব পাৰিব।‘’

বাংলাদেশৰ চট্টগ্ৰাম বন্দৰ এটি অতি গুৰুত্বপূৰ্ণ সাগগীয় বন্দৰ। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কাষত অৱস্থিত হোৱাৰ বাবে এই বন্দৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অৰ্থনৈতিক কামকাজ উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ২০১০চনত ভাৰত আৰু বাংলাদেশৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ জৰিয়তে ভাৰতৰ পৰা পণ্য সামগ্ৰী পৰিবহনৰ বাবে বাংলাদেশৰ চট্টগ্ৰাম আৰু মোংলা বন্দৰ ব্যৱহাৰৰ অনুমতি দিয়া হয়।

শুকুৰবাৰে জয়শংকৰৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ সামৰণি পৰিব। বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণৰ কথা শ্বেখ হাছিনাক জনাইছে।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ভ্ৰমণৰ মাজতে কীয়েভত ৰাছিয়াৰ ৰকেট আক্ৰমণ; ক্ষুব্ধ গুটেৰেছৰ প্ৰতিক্ৰিয়া

চলিত বছৰৰ অন্তিম ভাগত ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীক। জয়শংকৰে বাংলাদেশৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতেও বৈঠকত মিলিত হয়।  

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd