আন্ত: ৰাষ্ট্ৰীয়

থমকি নৰয় যুদ্ধ! প্ৰথমখন দেশ হিচাপে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আগবঢ়াব পোলেণ্ডে

বিশ্বৰ প্ৰথমখন দেশ হিচাপে পোলেণ্ড ইউক্ৰেইনলৈ যুদ্ধবিমান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে ইউক্ৰেইনক চাৰিখন মিগ-২৯ যুঁজাৰু বিমান দিয়াৰ সিদ্ধান্ত লৈছে। পোলেণ্ড...

Read moreDetails

পুটিনৰ বাৰ্তা! ‘যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণৰ পিছৰে পৰা নিজৰ দেশত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। এইবাৰ তেওঁ দেশৰ ভিতৰত বিৰোধীক...

Read moreDetails

Bold and the Beautiful! ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত সাহসী ফেশ্বন প্ৰদৰ্শন হাণ্টাৰ শ্বাফাৰৰ

শেহতীয়া ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত তাৰকা হাণ্টাৰ শ্বাফাৰে এক পাহৰিব নোৱাৰা ফেশ্বন প্ৰদৰ্শন আগবঢ়াইছে। ইউফোৰিয়া তাৰকাগৰাকীয়ে এটা বক্ৰভাৱে কটা বগা...

Read moreDetails

তিনি বছৰৰ সামৰিক প্ৰশিক্ষণৰ বাবে সাজু স্পেইনৰ ৰাজকুমাৰী লিওনোৰ

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্গাৰিটা ৰোবলেছে জানিবলৈ দিছে যে স্পেইনৰ সিংহাসনৰ উত্তৰাধিকাৰী ১৭ বছৰীয়া ৰাজকুমাৰী লিওনোৰ আগষ্টত আৰম্ভ হ’বলগীয়া তিনি বছৰীয়া...

Read moreDetails

পুনৰ ভয়াৱহ ভূমিকম্প! নিউজিলেণ্ডত ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; চুনামিৰ আশংকা!

এইবাৰ এক ভয়াৱহ ভূমিকম্পৰত কঁপি উঠিল নিউজিলেণ্ড। বৃহস্পতিবাৰে ৰাতিপুৱা নিউজিলেণ্ডৰ কাৰ্মাডেক দ্বীপপুঞ্জ অঞ্চলত এই ভূমিকম্প অনুভুত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক...

Read moreDetails

সাংঘাতিক বায়ু প্ৰদূষণ : দুই লাখতকৈ অধিক লোক হাস্পাতালত

থাইলেণ্ডত বায়ু প্ৰদূষণৰ বাবে চলিত সপ্তাহত প্ৰায় দুই লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। ৰাজধানী চহৰ বেংকককে...

Read moreDetails

৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ; টেক্সাছৰ মৰ্মান্তিক ঘটনাই জোকাৰিছে আমেৰিকা

তিনি বছৰীয়া শিশুৰ গুলীত প্ৰাণ হেৰুৱালে তেওঁৰেই চাৰি বছৰীয়া জ্যেষ্ঠ ভনীয়েকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ হেৰিছ কাউণ্টিত এই শোকাৱহ ঘটনাটো সংঘটিত...

Read moreDetails

অসহায় ইমৰান! জামিনবিহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি আদালতৰ

বিপদে লগ নেৰা হৈছে পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইমৰান খানক। খাটুনৰ ন্যায়াধীশ জেবা চৌধুৰীক ভাবুকি দিয়াৰ গোচৰত আজি খানৰ বিৰুদ্ধে জামিনবিহীন...

Read moreDetails

Oscars 2023 Winners: বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ শিৰত শ্ৰেষ্ঠত্বৰ খিতাপ ‘অস্কাৰ’; চাওক সম্পূৰ্ণ তালিকা

এইবাৰৰ ৯৫ তম অস্কাৰ আছিল ব্যতিক্ৰমী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ শিল্পীসকলৰ হাতত উঠিল সোণালী পুতলা। শৰণাৰ্থীৰ যন্ত্ৰণাৰ কাহিনী দাঙি ধৰা...

Read moreDetails

অপ্ৰতিৰোধ্য কিম! এইবাৰ চাবমেৰিনৰ পৰাই দুটাকৈ ক্ৰুজ মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াই এখন চাবমেৰিনৰ পৰা দুটা কৌশলগত ক্ৰুজ মিছাইল পৰীক্ষা কৰিছে। পৰীক্ষাটো স্থানীয় সময় অনুসৰি দেওবাৰে নিক্ষেপ কৰা হৈছিল। উত্তৰ...

Read moreDetails
Page 386 of 496 1 … 385 386 387 … 496

Stay Connected

Recent News