• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকা আঁতৰিল, কৰ’না ভাইৰাছৰ উত্তৰ এতিয়া বিজ্ঞানীৰ হাতত! কি ক’লে গৱেষণাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 10:32 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে পুনৰ বিয়পিবলৈ আৰম্ভ কৰিছে কৰ’না। দেশৰ বিভিন্ন ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা। বিশেষজ্ঞসকলে ৰাইজক মাস্ক পৰিধান, টিকাকৰণ আৰু কোভিড-১৯ৰ বিধি মানি চলিবলৈ কৈছে।

ইতিমধ্যে আমেৰিকাত বিজ্ঞানীসকলে এনে এটা এন্টিব’ডি আৱিষ্কাৰ কৰিছে যিয়ে অ’মিক্ৰনকে ধৰি মূল কোভিড-১৯ ভাইৰাছৰ সকলো গুৰুত্বপূৰ্ণ ৰূপৰ প্ৰসাৰত বাধা দিয়ে। এই আৱিষ্কাৰে অধিক শক্তিশালী ভেকচিন আৰু নতুন এন্টিবডি ভিত্তিক চিকিৎসাৰ পথ দেখুৱাব পাৰে।

লগতে পঢ়ক: অভূতপূৰ্ব! অজিংকা ৰাহানেৰ ধুমুহাত উৰি গ’ল মুম্বাই; ধোনীৰ হাতত পৰাজিত ৰোহিত

Apply Now

জাৰ্নেল অৱ ক্লিনিকেল ইনভেষ্টিগেশ্যনত প্ৰকাশিত এক অধ্যয়নত ইউনিভাৰ্চিটি অৱ উইচকনচিন-মেডিচনৰ ৱেইল কৰ্নেল মেডিচিনৰ জ্যেষ্ঠ লেখক ডাঃ পেট্ৰিক উইলছন আৰু তেওঁৰ সহযোগীসকলে মহামাৰীৰ সময়ত আৱিৰ্ভাৱ হোৱা ভাইৰাছৰ ক্ৰমিক সংস্কৰণৰ বিৰুদ্ধে ৰোগীৰ তেজৰ নমুনাৰ পৰা এন্টিব’ডি পৰীক্ষা কৰিছিল।

এই প্ৰটিনৰ ভিতৰত এটা প্ৰটিন হৈছে S728-1157। কেৱল পুৰণি ভেৰিয়েন্টকে নহয়, অ’মিক্ৰনৰ সাতটা ছাব-ভেৰিয়েণ্টকো নিষ্ক্ৰিয় কৰাত ই অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। দলটোত স্ক্ৰিপছ ৰিচাৰ্চ আৰু চিকাগো বিশ্ববিদ্যালয়ৰ গৱেষকসকলো আছিল।

লগতে পঢ়ক: আদানীয়ে মধ্যমণি! ৰাহুল গান্ধীৰ টুইটকলৈ ক্ষুব্ধ হিমন্ত বিশ্ব শৰ্মাই ক’লে-‘আদালতত দেখা হ’ব’

ডাঃ উইলছনে কয় যে মহামাৰীৰ অৱসান ঘটিছে যদিও এই ভাইৰাছ দীৰ্ঘদিনলৈ থাকিব। ভালদৰে নিয়ন্ত্ৰিত নহ’লে বাৰ্ষিক মহামাৰীৰ সৃষ্টি হ’ব পাৰে। এই এন্টিব’ডি আৰু ইয়াৰ দ্বাৰা প্ৰদান কৰা তথ্যই আমাক কোভিড-১৯ বা আন যিকোনো কৰ’না ভাইৰাছ মহামাৰীৰ ক্ষেত্ৰত বাৰ্ষিক বৃদ্ধিৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে বুলিও তেওঁ কয়।

ডাঃ উইলছনৰ দলটোৱে ভাইৰাছৰ স্পাইক প্ৰ’টিনৰ লগত বান্ধ খাই থকা এন্টিব’ডি উৎপাদনকাৰী কোষবোৰ বিশ্লেষণ কৰিছিল। যিটো মানুহৰ কোষত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আন এজন গৱেষক লেখক ডাঃ ছিৰিৰুক চাংৰবে ভাইৰাছৰ মূল ৰূপকে ধৰি SARS-CoV-2 ৰ ১২টা ভেৰিয়েন্টৰ বিৰুদ্ধে পোৱা এন্টিব’ডি পৰীক্ষা কৰিছিল। S728-1157 নামেৰে জনাজাত এটা এন্টিব’ডিয়ে অ’মিক্ৰনৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

লগতে পঢ়ক: চমৎকাৰ! শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন; প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

ফলাফলসমূহে প্ৰকাশ কৰে যে S728-1157 পুৰণি এন্টিবডি ভিত্তিক চিকিৎসা পদ্ধতিৰ বাবে এক অতি প্ৰয়োজনীয় বিকল্পৰ ভিত্তি প্ৰস্তুত কৰিব পাৰে। এই অধ্যয়নত কোৱা হৈছে যে  এই গৱেষণাটোৱে এন্টিব’ডিসমূহক আৰু উন্নত কৰিবলৈ স্পাইক প্ৰ’টিনৰ ওপৰত নিৰ্ভৰ কৰি এনে নতুন ভেকচিনৰ ডিজাইনতো পথ প্ৰদৰ্শন কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd