• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানীয়ে মধ্যমণি! ৰাহুল গান্ধীৰ টুইটকলৈ ক্ষুব্ধ হিমন্ত বিশ্ব শৰ্মাই ক’লে-‘আদালতত দেখা হ’ব’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 8:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ আদানী বিষয়ত শনিবাৰে সৰৱ হয় ৰাহুল গান্ধী। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে আদানী গ্ৰুপ কোম্পানীত ২০ কোটি টকা কোনে বেনামী বিনিয়োগ কৰিছিল? এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম প্ৰকাশ নকৰাকৈ আক্ৰমণ কৰা ৰাহুলৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৰ ভাষাত, “শালীনতা ৰক্ষা কৰি কেতিয়াও প্ৰশ্ন কৰা নাছিলো যে আপুনি ব’ফৰ্চ আৰু নেচনেল হেৰাল্ডৰ কেলেংকাৰীৰ ধন ক’ত লুকুৱাই ৰাখিছিল।” হিমন্তই কংগ্ৰেছ নেতাগৰাকীক সকীয়াই দিয়ে, “আদালতত দেখা হ’ব।”

শনিবাৰে ৰাহুলে টুইট কৰি কৈছিল যে ‘সত্য লুকুৱাব লাগিব, সেয়ে ইয়াক বিভ্ৰান্ত কৰা হৈছে।‘  লগতে লিখিছে, “প্ৰশ্নটো হ’ল, আদানীৰ কোম্পানীত ২০ হাজাৰ কোটি বেনামী বিনিয়োগ কাৰ টকা?”

Apply Now

লগতে পঢ়ক: চমৎকাৰ! শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন; প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ পোষ্টটোত এটা গ্ৰাফিক্সো শ্বেয়াৰ কৰে। ইয়াত গুলাম নবী আজাদ, জ্যোতিৰাদিত্য সিন্ধিয়া, এন কিৰণ কুমাৰ ৰেড্ডী, হিমন্ত বিশ্ব শৰ্মা আৰু অনিল এণ্টনীৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াতেই ক্ষুব্ধ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা।

ৰিটুইট কৰি হিমন্তই কয় যে ‘’ এইটো আমাৰ শালীনতা আছিল যে আপোনাক কেতিয়াও সোধা নাছিলো, আপুনি বফ’ৰ্ছ আৰু নেশ্যনেল হেৰাল্ডৰ কেলেংকাৰীৰ ধন ক’ত লুকুৱাই ৰাখিছে।‘’ ইয়াতে ক্ষান্ত নাথাকি মুখ্যমন্ত্রী হিমন্তৰ মন্তব্য, “আপুনি কেনেকৈ অট্টাভিঅ’ কোৱাট্ৰ’চ্চিক ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিছিল, তেওঁক একাধিকবাৰ বচাইছিল৷ যিয়েই নহওক, আদালতত দেখা হ’ব।”

It was our decency to have never asked you, on where have you concealed the proceeds of crime from the Bofors and National Herald Scams.

And how you allowed Ottavio
Quattrocchi to escape the clutches of Indian justice multiple times .
Any way we will meet in the Court of Law https://t.co/a9RGErUN1A

— Himanta Biswa Sarma (@himantabiswa) April 8, 2023

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছৰে পৰা কংগ্ৰেছ আদানী কাণ্ডকলৈ সৰৱ হৈ আছে। এই সন্দৰ্ভত লোকসভাত ৰাহুল গান্ধীয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ আদানী-মোডীৰ ঘনিষ্ঠতাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত গুজৰাটৰ আদালতে মোডী উপাধিৰ সৈতে জড়িত গোচৰটোত ৰাহুলক দোষী সাব্যস্ত কৰি ৰাহুলক ২ বছৰৰ কাৰাদণ্ড বিহে। এদিন পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ সাংসদ পদ বাতিল কৰে।

ৰাহুলে অৱশ্যে আদানী বিষয়ত মোডীক আক্ৰমণ অব্যাহত ৰাখিছে। লগতে শনিবাৰৰ টুইটত তেওঁ প্ৰাক্তন কংগ্ৰেছীসকলৰ নাম লৈ কটাক্ষ কৰে। তাৰেই  উত্তৰ দিছে হিমন্তই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd