কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা (LoC)ত পাকিস্তানী সেনাৰ প্ৰৰোচনামূলক গুলীচালনাৰ ফলত পুনৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত পাঁচটা ৰাতি কুপোৱাৰা, বাৰামুল্লা আৰু...
Read moreDetailsৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীয়ে (WFP) পুঁজিৰ পৰিমাণ তীব্ৰভাৱে হ্ৰাস পোৱাৰ বাবে নিজৰ কৰ্মশক্তি ২৫-৩০% হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত...
Read moreDetailsকাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত বিবিচিৰ প্ৰতিবেদনত তীব্ৰ আপত্তি জনাইছে কেন্দ্ৰই। বিবিচি ইণ্ডিয়াৰ মুৰব্বী জেকী মাৰ্টিনলৈ লিখা এখন পত্ৰত...
Read moreDetailsকেন্দ্ৰীয় তিব্বত প্ৰশাসনৰ নেতা পেনপা চেৰিঙে শেহতীয়াকৈ জনাইছে যে, জুলাই মাহত ৯০ সংখ্যক জন্মদিন উদযাপনৰ সময়ত দালাই লামাই নিজৰ আধ্যাত্মিক...
Read moreDetailsযোৱা ২৪ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈকে চাৰিটা দিনত পঞ্জাৱৰ অমৃতসৰৰ আটাৰী-ৱাঘা সীমান্তৰে ৯জন কূটনীতিবিদ আৰু চৰকাৰী বিষয়াসহ ৫৩৭জন পাকিস্তানী নাগৰিকে...
Read moreDetailsপেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই চেনেলসমূহৰ মুঠ ৬৩ নিযুত...
Read moreDetailsকথা মতেই কাম। এইবাৰ ঝিলাম নদীৰ পানীত ডুবিল পাকিস্তান। কাশ্মীৰৰ পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা...
Read moreDetailsপেহেলগাম কাণ্ডৰ পিছতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত। এনে পৰিস্থিতিত শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...
Read moreDetailsভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে সাজু কৰিছে ১৩০ টা পাৰমাণৱিক অস্ত্ৰ। ভাৰতৰ দিশেৰে টোৱাই থকা হৈছে এই অস্ত্ৰসমূহ। এই দাবী কৰি...
Read moreDetailsপেহেলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ চৰম অৱনতি ঘটিছে। ভাৰতৰ কূটনৈতিক আক্ৰমণৰ পিছতে পাকিস্তানে প্ৰতিহত ব্যৱস্থা গ্ৰহণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd