জীৱনশৈলী

অতিৰিক্ত পানী খোৱা মানেই বিপদ! চিকিৎসকক আচৰিত কৰি তুলিছে এই ঘটনাই

পানী খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি বিবেচনা কৰা হয়। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হাইড্ৰেটেড হৈ থাকিবলৈ ২-৩ লিটাৰ পানী...

Read moreDetails

নৱজাত শিশুৰ বিষয়ে কিছুমান আশ্চৰ্য্যজনক তথ্য : জানেনে আপুনি?

নৱজাত শিশুৰ বিষয়ে কিছুমান নজনা কথা জানি লওঁ আহক - ১. নৱজাতকৰ জন্মৰ সময়ত প্ৰায় ৩০০ ডাল হাড় থাকে, যিবোৰ...

Read moreDetails

বয়স ৩০ৰ আগতে কোটিপতি, দেশৰ ১৫ শতাংশ আছে সেই তালিকাত; তথ্য প্ৰতিবেদনৰ

ভাৰতৰ হাই নেট ৱৰ্থ ইণ্ডিভিজুৱেল (HNI) অৰ্থাৎ উচ্চ বিত্তৱানৰ সংখ্যা দেশৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ। এই সকলোৰে বয়স ৩০ বছৰৰ...

Read moreDetails

১০ বছৰত তিনিবাৰ বিয়া, ‘উপাৰ্জন’ ১.২৫ কোটি! অৱশেষত জালত পৰিল উত্তৰাখণ্ডৰ ‘ছলনাময়ী’

এজনৰ পিছত আন এজনৰ সৈতে বিয়া। তাৰ পিছত বিবাহ বিচ্ছেদ বিচাৰি ভৰণ-পোষণৰ নামত মোটা অংকৰ টকা উলিয়াই লোৱা! সেইটোৱেই আছিল...

Read moreDetails

এগৰাকী আদৰ্শ মাতৃ হ’ব বিচাৰে? জানি লওক আয়ত্ত্ব কৰিবলগীয়া ৫টা জৰুৰী গুণ   

এগৰাকী ভাল মাতৃ হোৱাটোৱে শিশুৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এগৰাকী ভাল মাতৃ হোৱাটোও প্ৰতিগৰাকী নাৰীৰ কৰ্তব্য। শিশুৰ...

Read moreDetails

ডায়েবেটিছ আৰু যৌন স্বাস্থ্যত ইয়াৰ ঋণাত্মক প্ৰভাৱ

ডায়েবেটিছ, বিশেষকৈ টাইপ ২ ডায়েবেটিছে যৌন স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। এই অৱস্থাৰ ফলত স্নায়ুৰ ক্ষতি (নিউৰ’পেথী), তেজৰ প্ৰবাহ...

Read moreDetails

নিয়মিত যৌন সম্ভোগ কৰিলে ব্যায়ামৰ প্ৰয়োজন নাই : সুস্থ থাকিব আপোনাৰ শৰীৰ

যৌন কাৰ্যকলাপ কেৱল প্ৰেমৰ পৰিভাষাই নহয়, ই নহয় মাথোঁ কামনা পূৰণৰ আহিলা। যৌন কাৰ্যকলাপৰ আছে আন এক উপকাৰ। মানসিক আৰু...

Read moreDetails

চিৰি বগাই উঠাৰ উপকাৰিতা! ওজন কমোৱাৰ পৰা হাৰ্টৰ স্বাস্থ্যলৈকে আছে একাধিক উপকাৰ

চিৰি বগাই উঠাটো এটা ডাঙৰ ব্যায়াম। লিফট ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে চিৰিৰে যাবলৈ বাছি লোৱাটোৱে স্বাস্থ্যৰ বহু উপকাৰ কৰে। আপোনাৰ হৃদযন্ত্ৰ...

Read moreDetails

কিদৰে হাত সাৰিব হাৰ্ট এটেকৰ পৰা? হৃদৰোগী সকলে কিদৰে যত্ন ল’ব স্বাস্থ্যৰ?

হৃদতন্ত্ৰৰ ৰোগ আজিকালি তেনেই সুলভ হৈ আহিছে। ইয়াৰ বাবে মূলতঃ জীৱনশৈলীয়েই দায়ী। গতিকে, ভাল জীৱনশৈলী গঢ়ি নুতুলিলে আৰু চিকিৎসা নকৰিলে...

Read moreDetails

মাৰ্চিডিজ বেঞ্জে অৱৰোধ কৰিছিল পথ; নীতা আম্বানীৰ দেহৰক্ষীক ভালকৈয়ে এজাউৰি দিলে মহিলাই!

দেশৰ শীৰ্ষ ৰাজনীতিবিদ, মনোৰঞ্জন জগতৰ তাৰকা, বিখ্যাত তাৰকা ক্ৰীড়াবিদ, আনকি বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্ব যাৰ ওচৰত তেওঁলোকে আনুগত্য প্ৰকাশ কৰে, দেশৰ...

Read moreDetails
Page 54 of 264 1 53 54 55 264

Stay Connected

Recent News