• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বয়স ৩০ৰ আগতে কোটিপতি, দেশৰ ১৫ শতাংশ আছে সেই তালিকাত; তথ্য প্ৰতিবেদনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2024 3:19 pm
412
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ হাই নেট ৱৰ্থ ইণ্ডিভিজুৱেল (HNI) অৰ্থাৎ উচ্চ বিত্তৱানৰ সংখ্যা দেশৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ। এই সকলোৰে বয়স ৩০ বছৰৰ তলত। পৰামৰ্শদাতা প্ৰতিষ্ঠান আনাৰ্ক প্ৰপাৰ্টি কনচালটেণ্টছৰ এক সমীক্ষাত ২০৩০ চনৰ ভিতৰত দেশত উচ্চ বিত্তৱান লোকৰ সংখ্যা ২৫ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।

সংস্থাটোৰ গৱেষণাৰ মতে প্ৰায় ২০ শতাংশ ভাৰতীয় কোটিপতিৰ বয়স ৪০ বছৰৰো কম। ২০২৪ চনত ভাৰতৰ সম্পদ প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। চীনৰ ক্ষেত্ৰত সেই বৃদ্ধিৰ হাৰ মাত্ৰ ২ শতাংশ।

প্ৰতিবেদন অনুসৰি নতুনকৈ ধনী হোৱা প্ৰায় ৩০ শতাংশই প্ৰযুক্তি, ষ্টাৰ্টআপ, ফিনটেকৰ জৰিয়তে নিজৰ সৌভাগ্য লাভ কৰিছিল। ইয়াৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ মেক ইন ইণ্ডিয়া পদক্ষেপেও যথেষ্ট অৰিহণা যোগাইছে।

প্ৰতিবেদন অনুসৰি ১৪ শতাংশ অতি ধনী লোকে ডুবাই, লণ্ডন, ছিংগাপুৰৰ দৰে বিদেশী চহৰত মাটি বা ঘৰ ক্ৰয় কৰিছে। দেশৰ ৩৭ শতাংশ ধনী লোকে ২০২৪ চনত লেমবৰ্গিনি, পৰ্ছে, ৰ’লছ ৰয়েচৰ দৰে দামী গাড়ী ক্ৰয় কৰিছে। অকল মনোৰঞ্জনৰ বাবে বছৰি ছয় কোটি টকা খৰচ কৰিছে অতি বিত্তবানসকলে।

এই ধনী লোকসকলে নিজৰ ধনৰ এক বৃহৎ অংশ ৰিয়েল এষ্টেটত বিনিয়োগ কৰিছে। কিছু অংশ ষ্টক মাৰ্কেটত, কিছু কৃত্ৰিম বুদ্ধিমত্তা আৰু ব্লকচেইনৰ দৰে প্ৰযুক্তিত, আৰু কিছু অংশ ক্ৰিপ্টোকাৰেন্সীত।

এই উচ্চ বিত্তবানসকলৰ কথা জানি হয়তো ধাৰণা হ’ব পাৰে যে ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ জীৱনৰ মানো বহু উন্নত হৈছে। কিন্তু বাস্তৱিকতে তেনে হোৱা নাই। বৰঞ্চ দেশৰ এক বৃহৎ অংশ এতিয়াও দৰিদ্ৰতাৰ কবলত। নিবনুৱা সমস্যাৰ ভয়াবহতা, মূল্যবৃদ্ধি, সুযোগৰ অভাৱ তথা বাণিজ্য ক্ষেত্ৰত প্ৰৱেশৰ জটিলতাই নৱ প্ৰজন্মৰ শিক্ষিত চামক অস্থিৰ কৰি ৰাখিছে।  

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd