অসমীয়া ভাষাৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীক। বিশিষ্ট কথা সাহিত্যিকগৰাকীক তেওঁৰ...
Read moreDetailsযোৱা শতিকাৰ সত্তৰৰ দশকটো আছিল অসম আৰু অসমীয়াৰ বাবে বৌদ্ধিক প্ৰাণস্পন্দনেৰে আন্দোলিত এক সময়। ষাঠিৰ দশক বা তাৰ আগতেই ভুমুকি...
Read moreDetailsবিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক ড০ শিৱনাথ বৰ্মনৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান চিন্তাবিদগৰাকীয়ে।...
Read moreDetailsনেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই ১১ ডিচেম্বৰত নতুন দিল্লীত ইয়াৰ মুখ্য কাৰ্যালয়ৰ লগতে সমগ্ৰ দেশৰ সকলো আঞ্চলিক কাৰ্যালয়, গ্ৰন্থ প্ৰচাৰ কেন্দ্ৰ...
Read moreDetailsকিংবদন্তী গায়ক বব ডিলানে ক্ষমা বিচাৰিছে। ২০১৯ চনৰ পৰা শিল্পীজনে কিতাপত হস্তাক্ষৰৰ সলনি যন্ত্ৰ-স্বাক্ষৰ (মেচিন ছিগনেশ্যাৰ) দিয়াৰ বাবে ক্ষমা বিচাৰিছে।...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰই চলমান ৰুশ্বদীৰ ওপৰত হোৱা আক্ৰমণকলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৱাশ্বিংটনে এটা কুখ্যাত ইৰাণী সংগঠনৰ ওপৰত বিত্তীয় নিষেধাজ্ঞা আৰোপ...
Read moreDetailsশ্ৰীলংকাৰ প্ৰখ্যাত সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ আগবঢ়োৱা হৈছে সাহিত্য জগতৰ সন্মানীয় বঁটা বুকাৰ প্ৰাইজ। তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘দ্য ছেভেন মুনছ অৱ...
Read moreDetailsটেমচুলা আও আৰু আমাৰ মাজত নাই! খবৰটো শুনি বৰ দুখ পাইছিলোঁ। বাইদেউৰ লগত মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। তেখেত ছিলঙত...
Read moreDetailsসাহিত্যৰ ঠাল হিচাপে উপন্যাসৰ বয়স সাহিত্যৰ আন ঠালসমূহৰ তুলনাত কম যদিও জীৱন নামৰ বহুমাত্ৰিক প্ৰপঞ্চটোৰ বিচিত্ৰ বাস্তৱ ৰূপটোৰ তেনেই ওচৰ...
Read moreDetailsচিৰদিনৰ বাবে চকু মুদিলে নাগালেণ্ডৰ প্ৰখ্যাত সাহিত্যিক টেমচুলা আও- এ। দেওবাৰে নিশা নাগালেণ্ডৰ ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত টেমচুলা আওৰ মৃত্যু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd