সোমবাৰে ৰাহুল গান্ধীৰ হেলিকপ্টাৰত অভিযান চলায় নিৰ্বাচনী আয়োগে। তামিলনাডুত অৱতৰণ কৰাৰ ঠিক পিছতেই নিৰ্বাচনী বিষয়াসকলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হেলিকপ্টাৰ...
Read moreDetailsৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন ব্যক্তিগত বাহন।...
Read moreDetails১৮ সংখ্যক লোকসভা নিৰ্বাচনে ভাৰতীয় গণতন্ত্ৰৰ ৭৫ বছৰীয়া ইতিহাসত এক নতুন নজিৰ সৃষ্টি কৰিলে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে হিচাপহীন নগদ...
Read moreDetailsছয়সত্তৰ পৃষ্ঠাৰ ইস্তাহাৰ। তাৰ ভিতৰত আছে নৰেন্দ্ৰ মোদীৰ ৫৩ ছবি।ইস্তাহাৰখনত নিয়োগৰ কথা মাত্ৰ দুবাৰহে উল্লেখ কৰা হৈছে। নিবনুৱা সমস্যা আৰু...
Read moreDetailsউচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ২১ জন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এটা দলে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি ন্যায়পালিকাৰ স্বতন্ত্ৰতা অব্যাহত ৰখাৰ...
Read moreDetailsদেওবাৰে মুম্বাইত বলীউড অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰি চিচিটিভিত ধৰা পৰা লোক দুজন হাৰিয়ানাৰ গুৰুগ্ৰামৰ আৰু গেংষ্টাৰ লৰেন্স...
Read moreDetailsএজন বিজেপি নেতাৰ মন্তব্যই দেশৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে৷ কৰ্ণাটকৰ বিজেপি নেতা সঞ্জয় পাটিলে কংগ্ৰেছ নেত্ৰী তথা ৰাজ্যখনৰ মহিলা আৰু...
Read moreDetailsঅন্ত পৰিল বহুপ্ৰত্যাশিত অপেক্ষাৰ৷ চিপিআই ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কানহায়া কুমাৰক এই লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচৰাক...
Read moreDetailsনিজৰ বাল্যবিবাহ ৰোধ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী সাহসী যুৱতী। কেৱল নিজৰ সাহসৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰৰ সহায়ত এইবাৰ ইণ্টাৰমিডিয়েট উত্তীৰ্ণ...
Read moreDetailsউত্তৰ প্ৰদেশৰ লখিমপুৰ-খেৰী জিলাত এটা হত্যাকাণ্ডৰ গোচৰত জেৰাৰ বাবে মাতি অনা ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে।ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd