দেশ

বিমানত অভাৱনীয় পৰিস্থিতি: জ্যেষ্ঠ বিষয়াক যাত্ৰীৰ অভব্য আচৰণ, শোধালে চৰ

বিগত কিছুদিন ধৰি বিভিন্ন ঘটনাৰাজিৰ বাবে প্ৰায়েই চৰ্চালৈ আহিছে এয়াৰ ইণ্ডিয়া। যাত্ৰীৰ ওপৰত সুৰাপায়ী সহযাত্ৰীৰ প্ৰস্ৰাৱ কাণ্ডকে ধৰি শাৰীৰিক আক্ৰমণলৈ...

Read moreDetails

শোকাৱহ! ধৰ্মীয় অনুষ্ঠানত বিদ্যুৎস্পৃষ্ট হৈ পাঁচ তীৰ্থযাত্ৰীৰ মৃত্যু, আহত কেইবাগৰাকীও

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। হিন্দু ধৰ্মাৱলম্বীসকলৰ এক ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে পাঁচগৰাকীকৈ তীৰ্থযাত্ৰী। এই...

Read moreDetails

‘লোকসভা নিৰ্বাচনলৈকে কেবিনেট সালসলনি নহয়’, স্পষ্টীকৰণ অসমৰ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মন্ত্ৰীসভাত কোনো ধৰণৰ সালসলনি নহয়। নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীত্বৰ...

Read moreDetails

চেলেঞ্জত জয়ী হ’বলৈ খাইছিল ১৫০ টা ম’ম’, খাই বৈ ইহলীলা সম্বৰণ যুৱকৰ

ম’ম’ বহুতৰে প্ৰিয় খাদ্য। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই ম’ম’ৰ বাবেই কাৰোবাৰ জীৱন হেৰাই যাব পাৰে!  এই মৰ্মান্তিক ঘটনা...

Read moreDetails

ধনেই নহয়, বিশাল মনো! দিনে ৩ কোটি টকা দান; ২.৫ লাখ কোটি টকাৰ মালিক এই ভাৰতীয় ব্যক্তিক জানেনে?

ধনীৰ তালিকাত দেশৰ ভিতৰতে তেওঁ তৃতীয় স্থানত আছে। তেওঁ প্ৰতিদিনে গড়ে ৩ কোটি টকা কেবল দানেই কৰে। কিন্তু এই ব্যক্তিজনে...

Read moreDetails

ভাৰতৰ বজাৰলৈ আহিল BMW X5 ফেচলিফ্ট; ৯৪ লাখ টকাৰ পৰা আৰম্ভ দাম

BMW India ই ভাৰতত মুকলি কৰিছে ইয়াৰ X5 SUV ৰ ফেচলিফ্ট সংস্কৰণ। ইয়াৰ এক্স শ্ব’ৰুম মূল্য ৯৩.৯০ লাখ টকা ৰখা...

Read moreDetails

অশ্বিনৰ ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিল ৱেষ্ট ইণ্ডিজৰ ইনিংছ! অভিষেকতে মেচৰ শ্ৰেষ্ঠ যশস্বী

কালি যেতিয়া যশস্বী জয়ছোৱালৰ ১৭১ আৰু বিৰাট কোহলীৰ ৭৬ ৰানৰ ইনিংছৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৪২১ ৰান...

Read moreDetails

মণিপুৰৰ অশান্তিত ইন্ধন থাকিব পাৰে অনুপ্ৰৱেশকাৰীৰ; দাবী মণিপুৰৰ ৰাজ্যপাল উইকেৰ

অনুপ্ৰৱেশকাৰীয়েই হ’ব পাৰে মণিপুৰৰ অশান্তিৰ আঁৰৰ ইন্ধন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সুৰতে এইবাৰ দাবী কৰিলে ৰাজ্যখনৰ ৰাজ্যপাল অনুসূয়া উইকে-য়ে।...

Read moreDetails

অলৌকিক নে বৈজ্ঞানিক পৰিঘটনা? তললৈ নহয়, ওপৰলৈ যায় এই জলপ্ৰপাতৰ পানী; ক’ত জানেনে?

ভাৰতত আপুনি প্ৰকৃতিৰ সৈতে সম্পৰ্কিত এনে এক আশ্চৰ্য্য দৃশ্য দেখিব, যিটো আপুনি হয়তো আগতে কেতিয়াও দেখা নাই। এই আচৰিত ঘটনাটো...

Read moreDetails

কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতাৰ মৃত্যু; যোৱা চাৰি মাহত মৃত্যু হ’ল আঠটা চিতা বাঘৰ

আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু ঘটিছে। এইদৰে চাৰি মাহৰ ভিতৰত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা...

Read moreDetails
Page 1173 of 1802 1 1,172 1,173 1,174 1,802

Stay Connected

Recent News