দেশ

যোগী ৰাজ্যত উচ্ছেদ অভিযানত অগ্নিদগ্ধ হৈ মৃত্যু মাতৃ-কন্যাৰ; ১৩ জন লোকৰ বিৰুদ্ধে ৰুজু গোচৰ

যোগী ৰাজ্য উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাট জিলাৰ এখন গাঁৱত আৰক্ষীৰ উচ্ছেদ অভিযানত এগৰাকী মাতৃ আৰু কন্যা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছে।...

Read moreDetails

আৰু নালাগে কোনো ছেট-টপ বক্স! টিভিত যুগান্তকাৰী পৰিৱৰ্তনৰ কথা জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেইবাবছৰৰ আগতেই কেন্দ্ৰই এটা নিয়ম জাৰি কৰিছিল যে টিভিৰ সৈতে ছেট-টপ বক্স এটা সংলগ্ন কৰিলেহে টিভি চাব পাৰিব। তাৰ পিছত...

Read moreDetails

মুঠ ৩.৮৭ লাখ! তিনি বছৰত দেশত ১.১২ লাখ দৈনিক মজুৰী কৰা শ্ৰমিক আৰু ৩৫,৯৫০ শিক্ষাৰ্থীৰ আত্মহত্যা

২০১৯ ৰ পৰা ২০২১ চনৰ ভিতৰত তিনি বছৰত ভাৰতত আত্মহত্যাৰ ফলত মুঠ ১.১২ লাখ দৈনিক মজুৰী কৰা শ্ৰমিকৰ মৃত্যু হৈছে।...

Read moreDetails

পুনৰ জাত-পাতৰ বৈষম্য! বোম্বাই আই আই টিৰ হোষ্টেলৰ পৰা জঁপিয়াই আত্মহত্যা ছাত্ৰৰ

দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানত পুনৰ জাতিগত বৈষম্যৰ আতিশয্যত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ অভিযোগ উঠিছে। আই আই টি বোম্বাইৰ এগৰাকী ১৮ বছৰীয়া...

Read moreDetails

যোগীৰ ৰাজ্যত গোহত্যা! ৰে’লৰ সন্মুখলৈ ঠেলি দিয়া হ’ল ২৪ টা গৰু; তীব্ৰবেগী ৰে’লৰ খুন্দাত ১১ টাৰ মৃত্যু

যোগীৰ ৰাজ্যত গো হত্যাৰ অভিযোগ উঠিছে। স্থানীয় কৃষকসকলে ২৪ টা গৰুক ৰেলপথলৈ ঠেলি দিছিল। সেই সময়ত এখন এক্সপ্ৰেছ ৰে’ল দ্ৰুত...

Read moreDetails

অযোধ্যা-তিনি তালাক গোচৰত ৰায় দিয়া ন্যায়াধীশ এইবাৰ ৰাজ্যপাল; বিতৰ্কত আব্দুল নাজিৰ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ বহুতো...

Read moreDetails

এইবাৰ ভূমিকম্পত কঁপি উঠিল ছিকিম; য়ুকচাম চহৰৰ পৰা ৭০ কিলোমিটাৰ উত্তৰ-পশ্চিমে আছিল অভিকেন্দ্ৰ

সোমবাৰে ৰাতিপুৱাই ভূমিকম্পই জোকাৰি গ’ল ছিকিম।পুৱা প্ৰায় ৪.১৫ বজাত ছিকিমৰ য়ুকচাম চহৰত কম্পন অনুভৱ হয়। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.৩...

Read moreDetails

ICC Womens T20 World Cup 2023: ৰিচা-জেমিমাৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে

স্ক'ৰবোৰ্ডত বৃহৎ ৰাণ সংগ্ৰহ কৰাৰ পাছতো পাকিস্তানে পৰাজয় ৰক্ষা কৰিব নোৱাৰিলে। জেমিমা ৰড্ৰিগেজ আৰু ৰিচা ঘোষে নিউলেণ্ডছৰ কেপ টাউন ষ্টেডিয়ামৰ...

Read moreDetails

তুৰস্কৰ ভূমিকম্পত নিখোজ ভাৰতীয় নাগৰিকৰ মৃতদেহ উদ্ধাৰ: নিজ গৃহলৈ প্ৰেৰণৰ প্ৰস্তুতি

ভূমিকম্প বিধ্বস্ত তুৰস্কত নিখোজ হৈ থকা ভাৰতীয় নাগৰিকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ মৃতদেহ হোটেলত উদ্ধাৰ কৰা হয়। নিহত...

Read moreDetails

উদযাপিত হ’ব গো আলিংগন দিৱস! জনসাধাৰণলৈ আহ্বান গোপালন আৰু পশুধন সম্বৰ্ধন ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষৰ

অহা ১৪ ফেব্ৰুৱাৰীত দেশজুৰি ‘গো আলিংগন দিৱস’ উদযাপন কৰিবলৈ আহ্বান জনাই পশু কল্যাণ ব’ৰ্ডে জাৰি কৰা জাননী শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা...

Read moreDetails
Page 1281 of 1804 1 1,280 1,281 1,282 1,804

Stay Connected

Recent News