মঙলবাৰে নিশা এক প্ৰবল ভূমিকম্পই কঁপাই তুলিলে চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান। ৰিখটাৰ স্কেলত ৬.৫ প্ৰাবল্যৰ এই ভূমিকম্পৰ কঁপনি পাকিস্তানৰ লগতে ভাৰতৰো...
Read moreDetailsৰে’লৱে নিযুক্তি কেলেংকাৰীৰ গোচৰত তদন্তৰ সন্মুখীন হোৱা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব বুলি বিজেপিৰ কেইবাগৰাকীও নেতাই কৰা মন্তব্যক...
Read moreDetailsবিশ্বৰ ভিতৰতে আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী হিচাপে স্বীকৃত তথা সন্ত্ৰাসবাদী সংগঠন আল কাইদাৰ প্ৰতিষ্ঠাতা ওছামা বিন লাডেনৰ ছবি কাৰ্যালয়ত ওলোমাই ৰাখি...
Read moreDetailsকট্টৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগীক পুনৰ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে। অসম আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই তিনিগৰাকী ব্যক্তিৰ...
Read moreDetailsপ্ৰাপ্য ধন আদায় নকৰাৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুদিনীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।...
Read moreDetailsথাইলেণ্ডৰ ৰাজধানী চহৰ বেংককৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে ম্যানমাৰৰ ৰেঙ্গুনত জৰুৰী অৱতৰণ কৰা হয়।...
Read moreDetailsদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ বাজেট স্থগিত কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে।...
Read moreDetailsএইবাৰ খালিস্তানপন্থী অমৃতপালৰ সমৰ্থকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত সোমবাৰে তাণ্ডৱ চলায়। তাত তেওঁলোকে দূতাবাসৰ খিৰিকী আৰু দুৱাৰৰ...
Read moreDetailsইণ্টাৰপোলে পলাতক প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। মেহুল...
Read moreDetailsচমু চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে শাসকীয় বিজপিৰ জোৰদাৰ ৰণনীতিৰ পৰিৱৰ্তে তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ অব্যাহত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd