DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত অভিযোগ অবিহনেই ৰাজ্যই দাখিল কৰিব লাগিব গোচৰ’: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 28, 2023 7:27 pm
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

843
VIEWS
Share on FacebookShare on Twitter

ঘৃণামূলক ভাষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। ২০২২ চনত উচ্চতম ন্যায়ালয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডক নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে একে ৰায়দান সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ সম্প্ৰসাৰণ কৰে। এই ক্ষেত্ৰত গোচৰ দাখিল কৰাত পলম হোৱাটো আদালত অৱমাননা হিচাপে গণ্য কৰা হ’ব বুলিও উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।

ঘৃণামূলক ভাষণৰ সৈতে জড়িত কেইবাটাও গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয়। সেই গোচৰসমূহৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হয়। তেতিয়াই উচ্চতম ন্যায়ালয়ে কয় যে ঘৃণামূলক ভাষণত দেশৰ ধৰ্মনিৰপেক্ষ ভাবমূৰ্তি ধ্বংস কৰাৰ শক্তি আছে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

লগতে পঢ়ক: বৰিছ জনছনক ঋণ পোৱাই দিয়াৰ তথ্য গোপন! বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পৰ পদত্যাগ

ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নৰ বিচাৰপীঠে তেওঁলোকৰ ৰায়দানত কয় যে, “আমি স্পষ্টকৈ ক’ব বিচাৰো যে এনে কাৰ্য্যৰ সময়ত যাতে কোন ধৰ্মৰ ব্যক্তিয়ে ভাষণ দিছে চোৱা নহয়।” বিচাৰপীঠে লগতে কয় যে বিচাৰকসকল অৰাজনৈতিক। আৰু তেওঁলোক এ দল বা বি দলক লৈ চিন্তিত নহয়। কেৱল ভাৰতীয় সংবিধানৰ কথাহে মনত ৰখা হয়।”

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত কঠোৰ পৰ্যবেক্ষণ আগবঢ়াইছিল। যোৱা মাৰ্চ মাহত বিচাৰপীঠে কৈছিল, “ঘৃণামূলক ভাষণ এক সংক্ৰামক ৰোগৰ দৰে। যি মুহূৰ্তত ৰাজনীতি আৰু ধৰ্ম ইটোৱে সিটোৰ পৰা পৃথক হ’ব, সেই মুহূৰ্তত ঘৃণামূলক ভাষণৰ ধাৰাও শেষ হ’ব। ৰাজনীতিবিদসকলে যি মুহূৰ্তত শব্দৰে ধৰ্মক ৰাজনীতিত টানি নিয়া বন্ধ কৰিব, সেই মুহূৰ্ততে ঘৃণামূলক ভাষণ বন্ধ হৈ যাব।”

Recent News

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Sharad Pawar

শাৰদ পাৱাৰক হত্যাৰ ভাবুকি: সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd