দেশ

চণ্ডীগড়ৰ পিছত এইবাৰ ছুৰাটঃ ল’ৰাৰ শৌচালয়ত চিচিটিভি স্থাপন কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই!

গোপন কেমেৰাকলৈ দেশত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসত ছাত্ৰীৰ স্নান কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল। ঘটনাটোৱে ব্যাপক...

Read moreDetails

বিপদত লালু! চাকৰি কেলেংকাৰী গোচৰত পৰিয়ালৰ সদস্যসহ লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চাৰ্জশ্বীট চিবিআইৰ

কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কাৰ্যকালত তদানীন্তন ৰে'লমন্ত্ৰী লালু প্ৰসাদ যাদৱসহ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাকৰি কেলেংকাৰী সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ তদন্ত...

Read moreDetails

গুলীচালনাৰ অনুশীলনৰ সময়তে অঘটন: টি-৯০ টেংক বেৰেল বিস্ফোৰণৰ ফলত ২ সেনাৰ জোৱানৰ মৃত্যু

উত্তৰ প্ৰদেশৰ বাবিনা ফিল্ড ফায়াৰিং ৰেঞ্জত গুলীচালনাৰ অনুশীলনৰ সময়ত টি-৯০ টেংকবেৰেল বিস্ফোৰণ হোৱাৰ ফলত এজন জুনিয়ৰ কমিছনড অফিচাৰসহ ভাৰতীয় সেনাৰ...

Read moreDetails

বিশ্ব বেংকৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ দৰিদ্ৰতাৰ গ্ৰাসত কোটি কোটি ভাৰতীয়

মোদীৰ চৰকাৰে যিমানেই হিতাধিকাৰী সৃষ্টি কৰাৰ দাবী নকৰক কিয়, দেশত মুঠেও হ্ৰাস, পোৱা নাই দৰিদ্ৰ লোকৰ সংখ্যা। এই কথা পুনৰবাৰ...

Read moreDetails

ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰ’ল হিচাবে মই কাম নকৰোঃ স্পষ্ট কৰি দিলে মল্লিকাৰ্জুন খাৰ্গেই

কংগ্ৰেছৰ সভাপতি পদটো এইবাৰ গান্ধী পৰিয়ালৰ হাতৰ পৰা যাবলৈ ওলাইছে। গান্ধী পৰিয়ালৰ কোনো সদস্যই কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই।...

Read moreDetails

ভাৰতৰ অৰ্থনৈতিক বিকাশকলৈ বিশ্ব বেংকৰ নতুন ভৱিষ্যতবাণী, এইবাৰ বিকাশৰ হাৰ ৬.৫ শতাংশ

সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিশ্বৰ ৰাজনৈতিক তথা অৰ্থনৈতিক দৃশ্যপটৰো পৰিবৱৰ্তন হৈ আছে। ক’ৰবাত যদি বান, ক’ৰবাত আকৌ যুদ্ধই অৰ্থনীতিত আউল...

Read moreDetails

পিতৃ উদ্ধৱ থাকৰেক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত পুত্ৰ আদিত্য থাকৰেই মহিলা সাংসদক লগতলৈ ভ্ৰমণ কৰিছিল চুইজাৰলেণ্ড, শিৱসেনা সাংসদৰ বিস্ফোৰক মন্তব্য

মহাৰাষ্ট্ৰত শিৱসেনা দুটা ভাগত বিভক্ত হৈ পৰাৰ পিছত ইটো গোটে সিটো গোটলৈ বোকা চটিওৱাৰ খেল খেলিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ শিৱসেনাৰ...

Read moreDetails

বালি মাফিয়াৰ দৌৰাত্ম্য: অবৈধ বালি খননৰ বিৰুদ্ধে অভিযোগ কৰাৰ বাবেই গাড়ীৰে মহতিয়ালে পিতা-পুত্ৰক, থিতাতে নিহত পুত্ৰ

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই পুনৰ এবাৰ উদঙাই দেখুৱাইছে দেশত ক্ষমতাৱান লোকৰ দৌৰাত্ম্য। জিলাখনৰ এগৰাকী বালি মাফিয়াৰ বিৰুদ্ধে...

Read moreDetails

উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ হিমস্খলনস্থলীত পুনৰ উদ্ধাৰ ছয়টা মৃতদেহ: এতিয়াও সন্ধানহীন দীপশিখা

উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত সংঘটিত হিমস্খলনস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। আজি উদ্ধাৰ অভিযানত অংশ লোৱা অভিযানকাৰী দলে ঘটনাস্থলীৰ পৰা...

Read moreDetails

মুম্বাই বিমানবন্দৰত উদ্ধাৰ ১০০ কোটিতকৈও অধিক মূল্যৰ হেৰ’ইন: ঘানাৰ মহিলাসহ দুগৰাকীক গ্ৰেপ্তাৰ

ক্ৰমশ: ড্ৰাগছ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে দেশৰ বিমানবন্দৰ সমূহ। বিগত কেইমাহমান ধৰি দেশৰ কেইবাটাও বিমানবন্দৰত চোৰাংকৈ সৰবৰাহ কৰা নিচাজাতীয় সামগ্ৰী...

Read moreDetails
Page 1385 of 1807 1 1,384 1,385 1,386 1,807

Stay Connected

Recent News