India-Bangladesh friendship cycle tour প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশ মৈত্ৰী চাইকেল যাত্ৰাৰ যোৱা দেওবাৰে নিশা সফল সামৰণি পৰে। ৩০...
Read moreDetailsৰে’লত যাত্ৰাৰ সময়ত ভ্ৰমণৰত যাত্ৰী চোৰৰ লুটপাতৰ বলি হোৱাটো তেনেই সাধাৰণ ঘটনা। অত্যন্ত সাৱধান নহ'লে যিকোনো মুহূৰ্ততে চোৰে লুটি নিব...
Read moreDetailsদেশৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ ৰাজ্য আৰু শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ঢাক-ঢোল কোবোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত নাৰীৰ নিৰাপত্তাৰ নামত থকা বিয়াগোম...
Read moreDetailsসাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান আদিৰ ন’বেল বঁটা ঘোষণা কৰাৰ পিছত আজি চুইডেনৰ নবেল কমিটিয়ে অৰ্থনীতিৰ ন’বেল বঁটা...
Read moreDetailsনিষ্ঠুৰতাৰ বলি হোৱা আমেৰিকাত বাস কৰা এটি ভাৰতীয় মূলৰ পৰিয়ালটোৰ হত্যাকাৰীৰ আছে এক অপৰাধৰ অতীত । শিখ পৰিয়ালটোক সোমবাৰে অপহৰণ...
Read moreDetailsযুৱতীগৰাকীৰ নাম শুভা চাচান, ঘৰ নয়ডাত। সৰুৰে পৰা প্ৰকৃতিৰ প্ৰেমত পৰা শুভীয়ে এতিয়া নিজৰ সৃষ্টকৰ্মৰ জৰিয়তে প্ৰকৃতিক পৰিচ্ছন্ন কৰি ৰখাৰ...
Read moreDetailsদেশৰ বিভিন্ন ৰাজ্যত হিন্দী ভাষাৰ প্ৰয়োগকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। বহুতে সকলো ৰাজ্যতে হিন্দী ভাষা জাপি দিব বিচাৰিছে। এনে সময়তে ভাৰতৰ...
Read moreDetailsপ্ৰকৃতিৰ লীলা বুজা টা। বিশ্বৰ বহু ঠাইত দুটা মূৰ একেলগে লগ লাগি থকা শিশুৰ জন্মৰ কথা প্ৰায় সকলোৱে জানে। আজি...
Read moreDetailsৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াক আওপাকে সমৰ্থন কৰাৰ বাবেই যেন ভাৰতৰ ওপৰত অধিক চাপ দিছে আমেৰিকাই। তাৰেই শেহতীয়া প্ৰতিফলন দেখা গ’ল...
Read moreDetailsএইবাৰ দুজন কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে উছিছে ৰে’লৰ ভিতৰত মহিলা যাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰো ৰুজু হৈছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd