দেশ

দেৱালীৰ বাবে সাজু কৰা আতচবাজীৰ গুদামত ভয়াৱহ বিস্ফোৰণ: শিশুসহ ছয়গৰাকী গুৰুতৰভাৱে আহত

মাজত আৰু কেইটামান দিন, ওচৰ চাপি আহিছে পোহৰৰ উৎসৱ দেৱালী। দেৱালীৰ প্ৰতি লক্ষ্য ৰাখি আতচবাজী প্ৰস্তুত কৰাত নামি পৰিছে আতচবাজী...

Read moreDetails

কেৰালাৰ নৰবলি কাণ্ডৰ আন এক বিস্ফোৰক তথ্য: অভিযুক্তই ভক্ষণ কৰিছিল বলি দিয়া মহিলাৰ শৰীৰৰ মঙহ, মৃতদেহতে পূৰণ কৰিছিল বিকৃত যৌনাকাংক্ষা

দেশজুৰি খলকনি তোলা কেৰালাৰ নৰবলি কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এই ঘটনাৰ আন এক ভয়াৱহ তথ্যই চকু কঁপালত তুলিছে দেশবাসীৰ। অন্ধবিশ্বাসৰ...

Read moreDetails

মাতৃৰ সন্মুখতে কিশোৰী কন্যাক দলবদ্ধ ধৰ্ষণ পাঁচ দুৰ্বৃত্তৰ: দুই অভিযুক্তক আটক

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ধৰ্ষণৰ দৰে নিকৃষ্ট ঘটনাক লৈ নাৰীৰ নিৰাপত্তাৰ প্ৰতি উদ্বিগ্ন হোৱাৰ সময়তে আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই...

Read moreDetails

গোৱাত দুৰ্ঘটনাগ্ৰস্ত মিগ-২৯কে বিমান: কথমপি প্ৰাণ ৰক্ষা পাইলটৰ

ভাৰতীয় নৌসেনাৰ যুঁজাৰু বিমান মিগ-২৯কে ৰ এখন বিমানত দেখা দিয়া কাৰিকৰী বিজুতিৰ ফলস্বৰূপে আজি গোৱা উপকূলৰ ওচৰত দুৰ্ঘটনাত পতিত হয়।...

Read moreDetails

দুই কিশোৰ-কিশোৰীক নৃশংস হত্যা: বিদ্যালয়লৈ যোৱাৰ পথতে পেলাই থোৱা হ’ল শিৰচ্ছেদ কৰা মৃতদেহ

মধ্যপ্ৰদেশৰ পান্না জিলাত সোমবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এগৰাকী কিশোৰ আৰু এগৰাকী কিশোৰীক তীক্ষ্ণ অস্ত্ৰৰে ডিঙি কাটি নৃশংসভাৱে হত্যা...

Read moreDetails

ৰাজধানীতে অসুৰক্ষিত নাৰী: নিচাজাতীয় দ্ৰব্য পান কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ তিনি দুৰ্বৃত্তৰ

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ দৰে নিকৃষ্ট কাণ্ড। দেশৰ আন প্ৰান্তত বাদেই, ৰাজধানী চহৰতেই সুৰক্ষাবিহীন হৈ পৰিছে...

Read moreDetails

কেবিনেট মন্ত্ৰীক হত্যাৰ পৰিকল্পনা! আৰক্ষীৰ জালত চাৰি ষড়যন্ত্ৰকাৰী

উত্তৰাখণ্ডৰ পশুপালন মন্ত্ৰী সৌৰভ বহুগুণাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত চাৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে। মন্ত্ৰীগৰাকীক হত্যাৰ এই পৰিকল্পনা...

Read moreDetails

ধন দাবীৰ গোচৰত কুখ্যাত ডন ডাউদ ইব্ৰাহিমৰ পাঁচ সহযোগীক গ্ৰেপ্তাৰ

মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই আজি পলাতক ডন ডাউদ ইব্ৰাহিমৰ সৈতে জড়িত পাঁচ ব্যক্তিক এক ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। কিছুদিন...

Read moreDetails

অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতি: আৰ্থিক সমস্যা দূৰীকৰণৰ বাবে দুই মহিলাক দিয়া হ’ল বলি, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

একবিংশ শতিকাৰ বিজ্ঞানৰ এই চমকপ্ৰদ উন্নয়নৰ দিনতো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব পৰা নাই মানৱ সমাজ। অন্ধবিশ্বাসৰ ভয়াৱহ পৰিণতি...

Read moreDetails

গাত দুটাকৈ গুলীৰ আঘাত লৈও যুঁজাৰু ‘জুম’ৰ সাহসী যুঁজ: দুই সন্ত্ৰাসবাদীৰ নিধনত আগবঢ়ালে সহায়

সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা কুকুৰ গুৰুতৰভাৱে আহত হয়।...

Read moreDetails
Page 1383 of 1807 1 1,382 1,383 1,384 1,807

Stay Connected

Recent News