DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাকৰ ঘৰলৈ গৈ ঘূৰি অহা নাই পত্নী : খঙৰ ভমকত নিজৰ লিংগকে কাটি পেলালে স্বামীয়ে

পত্নীক কাষত নাপাই বাসনাৰ জ্বালা আৰু ক্ষোভত নুই হৈ নিজৰেই লিংগ ছেদ কৰে কৃষ্ণ বাছুকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2023 4:09 pm
197
VIEWS
Share on FacebookShare on Twitter

বহুদিনেই হ’ল পত্নী মাকৰ ঘৰলৈ যোৱা। মাকৰ ঘৰলৈ গৈ উভতি অহাৰ নাম নাই পত্নীৰ। পত্নীক কাষত নোপোৱাৰ বেদনা আৰু ক্ষোভত স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰত। কৃষ্ণ বাছুকী নামৰ পঁচিশ বছৰীয়া যুৱকজন বিহাৰৰ মধেপুৰ থানাৰ অন্তৰ্গত ৰজনী নয়নগৰ অঞ্চলৰ বাসিন্দা। শুকুৰবাৰে নিশা তেওঁ সংঘটিত কৰে এই ভয়ানক কাম। পত্নীক কাষত নাপাই বাসনাৰ জ্বালা আৰু ক্ষোভত নুই হৈ নিজৰেই লিংগ ছেদ কৰে কৃষ্ণ বাছুকীয়ে।

জানিব পৰা মতে কৃষ্ণৰ পত্নীৰ নাম অনিতা। কৃষ্ণই বিহাৰৰ গোৱালপাৰা থানাৰ অন্তৰ্গত মালোধ নিবাসী ছোটে লাল বাসুকীৰ কন্যা অনিতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ আছে চাৰিটাকৈ সন্তান। কিন্তু কৃষ্ণ পৰিয়ালটোৰ লগত নাথাকে। জীৱিকাৰ খাতিৰত ঘৰৰ পৰা আঁতৰত থাকে কৃষ্ণ। কৃষ্ণৰ কৰ্মস্থলী পঞ্জাৱৰ মাণ্ডীত। তাতে তেওঁ কাম কৰে।

নিজৰ কৰ্মস্থলীৰ পৰা ২ মাহ আগতে নিজৰ পৰিয়ালক লগ কৰাৰ উদ্দশ্যৰে নিজৰ ৰজনী নয়নগৰৰ ঘৰলৈ আহিছিল কৃষ্ণ।

পৰিয়ালৰ লোকে জনোৱা মতে, সেই সময়ত কৃষ্ণৰ পত্নী অনিতা আছিল পিতৃ-মাতৃৰ ঘৰত। ফলত পত্নীৰ বাবে কেইবাদিনো অপেক্ষা কৰিবলগা হ’ল কৃষ্ণই। যাৰ বাবে পত্নী ইমান দিন মাক-দেউতাকৰ ঘৰত থকা কথাটোৰ বাবে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে কৃষ্ণই।

পত্নী মাতৃগৃ্হৰ পৰা ঘৰলৈ উভতি অহাত পলম হোৱাত ক্ষুব্ধ হৈ কৃষ্ণই চোকা অস্ত্ৰৰে কাটি পেলালে নিজৰেই জননাংগ।

এই ঘটনাৰ পিছত আত্মীয়ই ৰক্তাক্ত আৰু অতি সংকটজনক অৱস্থাত কৃষ্ণক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত তেওঁক ওচৰৰ মেডিকেল কলেজৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে জনোৱা অনুসৰি এতিয়া সুস্থ অৱস্থালৈ ঘূৰি আহিছে কৃষ্ণ।

আনহাতে আত্মীয়ই কয় যে কৃষ্ণ বাসুকীৰ কিছু মানসিক সমস্যা আছে। যাৰ বাবে কৃষ্ণই এই ভয়ানক আৰু প্ৰাণঘাতী কাণ্ড সংঘটিত কৰিছে।

Recent News

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd