নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৪ জনকৈ সাধাৰণ নিৰীহ জনতাই প্ৰাণ হেৰুওৱাৰ পিছত এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত গৃহ...
Read moreDetailsতিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত কৃষক আন্দোলনক নেতৃত্ব দিয়া ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটক হত্যাৰ...
Read moreDetailsউন্নয়নৰ ফটাঢোল কোবোৱা উত্তৰ প্ৰদেশ চৰকাৰৰ এক কামৰ নমুনা এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈছে। সমগ্ৰ দেশৰ ভিতৰতে উন্নয়নৰ পথত আগুৱাই...
Read moreDetailsত্ৰিপুৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ এজন জোৱানে বাহিনীটোৰ দুই বিষয়াক গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ...
Read moreDetailsকৃষক আন্দোলনৰ আটাইতকৈ জনপ্ৰিয় মুখ হিচাপে আত্মপ্ৰকাশ কৰা ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটৰ জনপ্ৰিয়তা দেশৰ বাহিৰতো বিয়পি পৰিছে।...
Read moreDetailsঅৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে দেশৰ এগৰাকী প্ৰবীণ সাংবাদিক বিনোদ দুৱাই। কোভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা সাংবাদিকগৰাকী অতিকৈ অসুস্থ হৈ...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান কৰা পাঁচজনীয়া কৃষক পেনেল গঠনৰ প্ৰতি সঁহাৰি জনাইছে কৃষক আন্দোলনৰ নেতৃত্বই।...
Read moreDetailsকেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত অধ্যাপনা কৰা বিশিষ্ট ভাৰতীয়-আমেৰিকান গণিতজ্ঞ নিখিল শ্ৰীবাস্তৱক যুটীয়াভাৱে আমেৰিকান গাণিতিক সমাজ (AMS)ৰ দ্বাৰা অপাৰেটৰ থিয়ৰীত উদ্বোধনী কিপ্ৰিয়ান...
Read moreDetailsআগন্তুক উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ এখন ৰাজনৈতিক মঞ্চ নিৰ্মাণত ব্যস্ত থকা সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে...
Read moreDetailsভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) নেতা ৰাকেশ টিকাইটে কৃষি আইন বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা কৃষকসকলৰ আত্মীয়সকলৰ বাবে ৰাজ্য অনুসৰি ক্ষতিপূৰণ আৰু...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd