দেশ

ছয়বাৰৰ চেম্পিয়ন মেৰীকমলৈ এছিয়াৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান

মালেয়েছিয়াৰ ছানৱে পিৰামিড হোটেলত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত মঙলবাৰে ছয়বাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰীকমক এছিয়াৰ শ্ৰেষ্ঠ...

Read moreDetails

দৰঙৰ থানাত মৃত্যুৰ কোলাত মৰু ৰাজস্থানৰ পৰা অনা উট

শেহতীয়া ঈদত কুৰবানিৰ চাহিদা পূৰণৰ বাবে বজাৰলৈ অনা এটা উটে দৰং আৰক্ষীৰ জিম্মাত মঙলবাৰে প্ৰাণ হেৰুৱাইছে। দৰং আৰক্ষীৰ জিম্মাধীন বাকী...

Read moreDetails

নাবালক চালকৰ পথ দুৰ্ঘটনাত জে’লত সোমাব অভিভাৱক ||বাহন আইন সবিশেষ

এতিয়াৰে পৰা ভাৰতবৰ্ষত নাবালক বাহন-চালকে সংঘটিত কৰা পথ দুৰ্ঘটনাৰ বাবে তিনি বছৰলৈকে জে’লত সোমাব পাৰে অভিভাৱক। ৯ আগষ্টত ৰাষ্ট্ৰপতি ৰাম...

Read moreDetails

অসংগঠিত খণ্ডৰ শ্ৰমিককো পি এফ প্ৰদানৰ বাবে আইন সংশোধনৰ দিশে মোদী চৰকাৰ

ঘৰুৱা সহায়কাৰী, ড্ৰাইভাৰকে ধৰি অসংগঠিত খণ্ডৰ শ্ৰমিককো পি এফৰ সুবিধা প্ৰদানৰ বাবে আইন সংশোধনৰ যো-জা চলাইছে নৰেন্দ্ৰ মোদী চৰকাৰে। শ্ৰম...

Read moreDetails

বিশ্ব বেডমিণ্টনত ইতিহাস ৰচা পি ভি সিন্ধুক সাক্ষাৎ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ

বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদকেৰে ইতিহাস ৰচা দেশৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুক আজি সাক্ষাৎ কৰে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে। উল্লেখ্য...

Read moreDetails

মন্দাৱস্থাৰ জোৰা মাৰিবলৈ কেন্দ্ৰলৈ ৰিজাৰ্ভ বেংকৰ ১.৭৬ লাখ কোটি টকা

দেশত চলি থকা আৰ্থিক মন্দাৱস্থাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰলৈ ১.৭৬ লাখ কোটি টকা হস্তান্তৰ কৰাত অনুমোদন জনাইছে। ২৬...

Read moreDetails

চুপাৰি চিণ্ডিকেটত প্ৰভাৱশালী নেতা, শীৰ্ষ আৰক্ষী বিষয়া, অসাধু ব্যৱসায়ী জড়িত থকাৰ গুৰুতৰ অভিযোগ ৰমেন ডেকাৰ

কৃষক নেতা অখিল গগৈ আৰু বিভিন্ন সংবাদ মাধ্যমৰ পাছত এইবাৰ ৰাজ্যখনৰ এগৰাকী প্ৰাক্তন সাংসদে চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰা...

Read moreDetails

পাৰফেক্ট, অতি মৰমিয়াল স্বামীত আমনি পাই আৰব মহিলাৰ তালাক আবেদন

ভাৰতত তিনি তালাকক লৈ চলন্ত চৰ্চাৰ মাজতে সংযুক্ত আৰব এমিৰে’টছৰ সংবাদ পত্ৰত প্ৰকাশ পাইছে এই অগতানুগতিক ঘটনাৰ বাতৰি। মহিলাগৰাকীৰ মতে,...

Read moreDetails

জন্মাষ্টমীত পেৰা খাই বিভ্ৰম বালকৃষ্ণ, এইমছত ভৰ্তি

পতঞ্জলি যোগপীঠৰ ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমীত “পেৰা খোৱাৰ পিছতে” বিভ্ৰম হৈ পৰিছে চি ই অ’ আচাৰ্য্য বালকৃষ্ণ। আচাৰ্য্যজনক ঋষিকেশৰ এইমছত ভৰ্তি...

Read moreDetails

একে স্কুলত পঢ়ুৱাইছিল নিজৰ আৰু ৰান্ধনী-ড্ৰাইভাৰৰ সন্তানক ||জে’টলি বিদায়

সুষমা স্বৰাজৰ দৰেই সদ্যপ্ৰয়াত অৰুণ জে’টলিও আছিল বিজেপিৰ বাজপেয়ী-যুগীয়া ৰসবোধ আৰু সৰ্বজনপ্ৰিয়তাৰ প্ৰতিনিধি। সংসদৰ মজিয়াত মোদী চৰকাৰৰ বিপদৰ বন্ধু বাকপটু...

Read moreDetails
Page 1785 of 1820 1 1,784 1,785 1,786 1,820

Stay Connected

Recent News