দেশ

দুই নাৱত দুই ভৰি দি থকা কংগ্ৰেছ নেতাক দলৰ পৰা বহিস্কাৰ কৰি কট্টৰ আৰু নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীক গুৰুত্ব প্ৰদান কৰি আগুৱাই নিব লাগে : গৌৰৱ গগৈ

গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধিৱেশনত এক উদাক্ত ভাষণ প্ৰদান কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। ভাষণৰ আৰম্ভণিতেই সাংসদ...

Read moreDetails

ভাৰতত উপস্থিত ২৬/১১ আক্ৰমণৰ অভিযুক্ত ৰাণা; শংকাত কঁপিছে পাকিস্তান!  

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণা ভাৰতত উপস্থিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া এন আই এয়ে জনায় যে ৰাণাক সফলতাৰে...

Read moreDetails

বিমানত মদৰ নিচাত সহযাত্ৰীৰ গাতে প্ৰস্ৰাৱ কৰি দিলে এজন যাত্ৰীয়ে; অভিযুক্ত এক ভাৰতীয়

মদৰ নিচাত মাতাল আছিল। নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বিমানত থকা সহযাত্ৰী এজনৰ গাতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ভাৰতীয়...

Read moreDetails

বুকুত লগাই থোৱা আছিল পেচমেকাৰ : চিকিৎসাকৰ্মীৰ গাফিলতিত এম আৰ আই মেচিনত ছটফটাই মৃত্যু ৬০ বছৰীয়া মহিলাৰ

চিকিৎসাকৰ্মীৰ গাফিলতিৰ বাবেই প্ৰাণ গ’ল এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ। এম আৰ আই পৰীক্ষাৰ সময়ত ছটফটাই ছটফটাই মৃত্যুক সাৱটি ল’লে হৃদৰোগী...

Read moreDetails

মাৰ্কেটিং! শীতল পানীয়ৰ লাভৰ টকাৰে নিৰ্মাণ হৈছে মছজিদ? এইটোৱে নেকি ‘চৰবত জেহাদ’! দাবী ৰামদেৱৰ

পুনৰ বিতৰ্কত যোগ গুৰু ৰামদেৱ। এইবাৰ তেওঁৰ 'চৰবত জেহাদ' মন্তব্যৰ সৌজন্যত। বাবা ৰামদেৱৰ দাবী যে ভাৰতৰ এটা নিৰ্দিষ্ট চৰবত নিৰ্মাণ...

Read moreDetails

অস্পৃশ্যতা, অন্ধবিশ্বাস! মাহেকীয়া হোৱাৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত বিজ্ঞানৰ পৰীক্ষা দিবলৈ কোৱা হ’ল স্কুলীয়া ছাত্ৰীক

মাহেকীয়া হোৱাৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত বিজ্ঞানৰ পৰীক্ষা দিবলৈ বাধ্য হ’ল এগৰাকী ছাত্ৰী। জানিব পৰা মতে, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে তামিলনাডুৰ কইম্বাটুৰৰ চেংগুটাই...

Read moreDetails

তুমুল শিলাবৃষ্টি : বজ্ৰ পৰি প্ৰাণ গ’ল ১৯ জনকৈ লোকৰ, খেতি-পথাৰৰো বিস্তৰ ক্ষতিসাধন

ভবা হৈছিল নামি অহা বৰষুণ জাকে তীব্ৰ গৰমৰ পৰা কিছু সকাহ দিব। কিন্তু হিতে বিপৰীত হ’ল বিহাৰত। বজ্ৰপাত আৰু শিলাবৃষ্টিৰ...

Read moreDetails

উত্তৰবহী মূল্যাংকন কৰিছে পিয়নে; চৰকাৰী কলেজৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে লাগিল তোলপাৰ

পিয়নে পৰীক্ষাৰ উত্তৰবহী মূল্যাংকন কৰিছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে কলেজৰ অধ্যক্ষ আৰু এজন অধ্যাপকক কৰ্তব্য অৱহেলাৰ বাবে শীঘ্ৰে নিলম্বন...

Read moreDetails

চাইবাৰ আক্ৰমণ ৰাজনৈতিক-সামৰিক লক্ষ্যত উপনীত হোৱাৰ এক মাধ্যমত পৰিণত হৈছে: ৰাজনাথ সিং

সলনি হৈছে সময়, লগে লগে সলনি হৈছে সমীকৰণ, সলনি হৈছে যুদ্ধৰ পৰিভাষাও। শেহতীয়া কৈ “গ্ৰে জ’ন” তথা হাইব্ৰিড যুদ্ধৰ যুগত...

Read moreDetails

ভয়ংকৰ খবৰ! ১৫ মাহত এখন হাস্পাতলতে নতুনকৈ ৪৭৭ জন এইচ আই ভি আক্ৰান্ত; প্ৰতিবেদনক লৈ বৃদ্ধি উদ্বেগ

যোৱা বছৰ উত্তৰাখণ্ডৰ এগৰাকী যুৱতীয়ে ড্ৰাগছৰ বাবে ধন সংগ্ৰহৰ বাবে ১৯ জন যুৱকৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ...

Read moreDetails
Page 650 of 1835 1 … 649 650 651 … 1,835

Stay Connected

Recent News