দেশ

ছুটীত থকা ‘অগ্নিবীৰ’ হৈ পৰিল কুখ্যাত ডকাইতি দলৰ নেতা, গ্ৰেপ্তাৰ আৰক্ষীৰ

সেনাৰ অস্থায়ী সেৱাৰ পৰা ছুটী লৈ আহি আৰু কামলৈ উভতি নাহিল। অপৰাধৰ অন্ধকাৰ জগতখনত ভৰি দিয়ে অগ্নিবীৰ ইছমীত সিঙে। ঘাইপথত...

Read moreDetails

চলিত গ্ৰীষ্মত দেশত হিটষ্ট্ৰ’কত আক্ৰান্ত হৈছে ৪০ হাজাৰ লোক, মৃত্যু কিমানৰ? উদ্বিগ্ন ৰাষ্ট্ৰসংঘ!

২০২৪ চনৰ উত্তাপে সমগ্ৰ বিশ্বকে চিন্তিত কৰি তুলিছে। ভাৰতত গ্ৰীষ্মকাল শেষ হোৱাৰ পূৰ্বে কমেও ৪০ হাজাৰ হিট ষ্ট্ৰ’কৰ ঘটনা সংঘটিত...

Read moreDetails

জগনমোহন ৰেড্ডী আধুনিক যুগৰ ‘পাবলো এস্কোবাৰ’! চন্দ্ৰবাবু নাইডুৰ মন্তব্যত তোলপাৰ অন্ধ্ৰ

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ চি পিৰ মুৰব্বী জগনমোহন ৰেড্ডীয়ে চন্দ্ৰবাবু নাইডুৰ দলটোৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ অভিযোগ...

Read moreDetails

অসংসদীয় শব্দৰ প্ৰয়োগঃ অভিজিৎ বেনাৰ্জীক সমৰ্থন নকৰিলে নিজৰেই দলৰ সাংসদে,সতৰ্কবাণী কিৰেণ ৰিজিজুৰ

সংসদীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিজেপিৰ সাংসদ অভিজিৎ গংগোপাধ্যায়ক নাম প্ৰকাশ নকৰাকৈ অধিবেশন কক্ষত সকীয়াই দিয়ে। বৃহস্পতিবাৰে লোকসভাত তেওঁ কয়, ‘মই...

Read moreDetails

৪৮ ঘণ্টাৰ বাবে ‘ডিজিটেল এৰেষ্ট’! প্ৰৱঞ্চনাৰ বলি হোৱা চিকিৎসকে হেৰুৱালে ৫৯ লাখ টকা

চাইবাৰ জালিয়াতিৰ হাৰ ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এতিয়া প্ৰৱঞ্চকে কাৰোবাৰ ঘৰলৈ যোৱাৰ পৰিৱৰ্তে ফোনযোগে টকা চুৰি কৰিছে। কিছুদিন পূৰ্বে বাংগালুৰুৰ...

Read moreDetails

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল, অশোক হলৰ নাম সলনি; গণতন্ত্ৰ, অশোক মণ্ডপ নামেৰে নামকৰণ

ৰাষ্ট্ৰপতি ভৱনৰ ঐতিহাসিক দৰবাৰ হল আৰু অশোক হলৰ নাম ক্ৰমে গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ নামেৰে নামাকৰণ কৰা হৈছে। দৰবাৰ...

Read moreDetails

দেশৰ নাগৰিকক জম্মু-কাশ্মীৰ, মণিপুৰ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিলে আমেৰিকাই

আমেৰিকাই ইতিমধ্যে নিজৰ নাগৰিকসকলক নিৰাপত্তাজনিত কাৰণত ভাৰতৰ কেইবাটাও স্থানলৈ যাত্ৰা নকৰিবলৈ সকীয়াই দি আহিছে। এতিয়া সেই তালিকাত ভাৰতৰ আন কেইবাটাও...

Read moreDetails

বিশ্বৰ আটাইতকৈ ধনী ১% লোকৰ যোৱা দশকত ৪২ ট্ৰিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি; অক্সফামৰ প্ৰতিবেদনত উজাগৰ তথ্য

ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে অক্সফামে বৃহস্পতিবাৰে কয় যে বিগত দশকত বিশ্বৰ আটাইতকৈ ধনী এক শতাংশই মুঠ ৪২...

Read moreDetails

বাজেটত চৰম বৈষম্য! মোডীৰ নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব এই চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে

মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা “বৈষম্যমূলক” কেন্দ্ৰীয় বাজেটৰ প্ৰতিবাদত ২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া নীতি আয়োগৰ বৈঠক বৰ্জন কৰিবলৈ সাজু...

Read moreDetails

৫,০০০ কিলোমিটাৰ দূৰত্বৰ নতুন বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ; প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিলে তথ্য

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই থলুৱাভাৱে নিৰ্মিত ৫০০০ কিলোমিটাৰ দূৰত্বৰ এণ্টি বেলিষ্টিক মিছাইলৰ সফল ‘উৰণ’ পৰীক্ষা সম্পন্ন কৰে। এই...

Read moreDetails
Page 854 of 1794 1 853 854 855 1,794

Stay Connected

Recent News