দেশ

অন্ধ্ৰ প্ৰদেশত জন্মগ্ৰহণ কৰা জয়া বাডিগাক কেলিফৰ্ণিয়াত ন্যায়াধীশ হিচাপে নিযুক্তি

অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত জন্মগ্ৰহণ কৰা জয়া বাডিগাই আমেৰিকাত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী তেলেগু মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে।বডিগাই কেলিফৰ্ণিয়াৰ...

Read moreDetails

মহাৰাষ্ট্ৰত ৰাসায়নিক কাৰখানাত বিস্ফোৰণ; ৬ জনৰ মৃত্যু,আহত ২৫ জন

মহাৰাষ্ট্ৰৰ থানেস্থিত ৰাসায়নিক কাৰখানাত সংঘটিত হৈছে এক বিস্ফোৰণ৷বৃহস্পতিবাৰে বিয়লি থানেৰ ডম্বিবলি অঞ্চলৰ ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত ৬ জন লোকে প্ৰাণ...

Read moreDetails

সৰু পুত্ৰৰ প্ৰি-ৱেডিঙক লৈ আম্বানী পৰিয়ালত হৰ্ষোল্লাস! বিদেশত হ’বলগীয়া অনুষ্ঠানত গোপনীয়তাৰ স্বাৰ্থত নিষিদ্ধ মোবাইল ফোন

মুকেশ-নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো প্ৰি-ৱেডিং উদযাপনৰ কাউণ্টডাউন আৰম্ভ হৈছে। এই উৎসৱত আচলতে অনন্ত আম্বানী আৰু ৰাধিকাৰ...

Read moreDetails

চাকৰিৰ অভূতপূৰ্ব নাটনি, আইআইটিৰ ৩৮% স্নাতক শিক্ষাৰ্থীয়ে নিবনুৱা

আইআইটি, আইআইএমৰ দৰে ভাৰত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে হাতত চাকৰিৰ প্ৰস্তাৱ লৈ কেম্পাছ এৰি যায়। সেই সোণালী দিনবোৰ হয়টো বৰ্তমান ম্লান...

Read moreDetails

ওড়িশাৰ সম্বলপুৰস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা (২৩ মে’) ওড়িশাৰ সম্বলপুৰ ভ্ৰমণ কৰি সমলেশ্বৰী মন্দিৰ পৰিদৰ্শনেৰে যাত্ৰা আৰম্ভ কৰে।মন্দিৰ ভ্ৰমণৰ পাছত...

Read moreDetails

ভয়ানক কাণ্ড! কানপুৰত ১৫ বছৰীয়া কিশোৰৰ নিয়ন্ত্ৰণহীন গাড়ীৰ খুন্দাত আহত ৪ জন

পুনেৰ ঘটনাৰ অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে কানপুৰত। দেওবাৰে মদ্যপান কৰি গাড়ীৰ তলত দুজন অভিযন্তাক চেপি নিছিল ১৭ বছৰীয়া এগৰাকী...

Read moreDetails

IPL 2024: ট্ৰফীৰ স্বপ্ন আধৰুৱা হৈয়েই ৰ’ল; ৰাজস্থানৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বিদায় কোহলী বাহিনীৰ

আই পি এল আহে, আই পি এল যায়। সলনি হৈ যায় দলৰ নাম, জাৰ্চি, অধিনায়ক, মালিক। কিন্তু RCB ৰ ভাগ্য...

Read moreDetails

কংগ্ৰেছে জামিয়া মিলিয়াক সংখ্যালঘুৰ শিক্ষানুষ্ঠান হিচাপে ঘোষণা কৰিছে : নৰেন্দ্ৰ মোদী

ধৰ্মৰ ওপৰত ভিত্তি কৰি তুষ্টিকৰণৰ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে দিল্লীত অনুষ্ঠিত নিৰ্বাচনী...

Read moreDetails

দিল্লীত পুনৰ যৌন নিৰ্যাতনৰ বলি অসমীয়া মহিলা : নিজকে বচাবলৈ জাঁপ দিলে তৃতীয় মহলাৰ পৰা

দেশৰ ৰাজধানী নতুন দিল্লীত আকৌ এবাৰ যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে অসমৰ মহিলা। দিল্লী আৰক্ষীৰ নৰ্থ- ইষ্ট চেলৰ অসমৰ সমন্বয়ক ঘিতাশ্রী...

Read moreDetails

অমিত শ্বাহৰ কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : লগে লগেই উপস্থিত অগ্নিনিৰ্বাপক বাহিনী আৰু বোমা নিষ্কাশনকাৰী দল

এইবাৰ ভাবুকিৰ সন্মুখীন হৈছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।  বুধবাৰে আবেলি প্ৰায় ৩:৩০ বজাত ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ...

Read moreDetails
Page 917 of 1797 1 916 917 918 1,797

Stay Connected

Recent News