• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত বিৰোধী পোষ্টক সমৰ্থন কৰাৰ বাবে শাস্তি! শিলচৰ এনআইটিত অধ্যয়নৰত বাংলাদেশী ছাত্ৰক দেশলৈ প্ৰত্যাৱৰ্তন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 27, 2024 4:47 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত বিৰোধী পোষ্টৰ প্ৰতিক্ৰিয়া লাভ কৰিছে এজন ভাৰতত অধ্যয়নৰত বাংলাদেশী ছাত্ৰই। এই ‘অপৰাধ’ৰ বাবে দেশলৈ প্ৰেৰণ কৰা হয় বাংলাদেশী ছাত্ৰজনক। অসমস্থিত নেচনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ এজন ছাত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷

বাংলাদেশী ছাত্ৰজন এন আই টি শিলচৰৰ ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন বিভাগৰ ছাত্ৰী। শেহতীয়াকৈ তেওঁ বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ৰ ভাৰত বিৰোধী পদ এটাক ‘প্ৰেম’ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত সোমবাৰে কৰ্তৃপক্ষই তেওঁক পুনৰ বাংলাদেশলৈ প্ৰেৰণ কৰে। অৱশ্যে কাছাৰ আৰক্ষী বিষয়া নুমল মহটে দাবী কৰে যে ছাত্ৰজনক বহিষ্কাৰ কৰা হোৱা নাছিল, বৰঞ্চ বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ অন্তত তেওঁক দেশলৈ প্ৰেৰণ কৰা হৈছিল।

মঙলবাৰে সংবাদ সংস্থাটোক নুমলে কয় যে, “ছ’চিয়েল মিডিয়াত মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ ভাৰত বিৰোধী পোষ্টক ছাত্ৰজনে সমৰ্থন কৰিছিল।” সেই ছাত্ৰজনো বাংলাদেশী। পঢ়া-শুনা সমাপ্ত কৰি ছমাহ পূৰ্বে ভাৰত এৰি থৈ গৈছিল। বৰ্তমান তেওঁ সেই দেশৰ বাসিন্দা।” সংগঠনটোৰ মুখপাত্ৰ শুবাশিস চৌধুৰীয়ে কয় যে ভাৰত বিৰোধী পোষ্টটোৰ ওপৰত প্ৰতিষ্ঠানটোৰ এগৰাকী ছাত্ৰৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ দৃষ্টিগোচৰ হয়। তেওঁলোকে কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ছাত্ৰজনৰ সমৰ্থনৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পাছতহে এন আই টিৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইয়াৰ পাছত ছাত্ৰজনক কৰ্তৃপক্ষই দেশলৈ উভতি যাবলৈ কয়।

Apply Now

ছাত্ৰীগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰ। কিন্তু বাকী পৰীক্ষাবোৰ দিবলৈ ভাৰতলৈ উভতি আহিবনে? এই বিষয়ত আৰক্ষীৰ মন্তব্য, এতিয়া একো ক’ব পৰা নাই। ছাত্ৰজন ঘূৰি আহিব নে নাই সেয়া তেওঁৰ সিদ্ধান্ত।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, সম্প্ৰতি ৭০ গৰাকী বাংলাদেশী ছাত্ৰ-ছাত্ৰীয়ে এন আই টি শিলচৰত অধ্যয়ন কৰি আছে। তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে আৰক্ষীয়ে। ভাৰতবিৰোধী যিকোনো কাৰ্যসূচীক সমৰ্থন আৰু প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd