দেশ

IPL 2024: অপ্ৰতিৰোধ্য নাৰাইন! লক্ষ্ণৌক পৰাজিত কৰি প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

হাতত এতিয়াও তিনিখন মেচ বাকী আছে। কিন্তু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে জয়লাভ কৰি প্লে অফৰ টিকট নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল...

Read moreDetails

নাই কোনো গোচৰ, নাই কোনো সম্পত্তিৰ পাহাৰ : কিন্তু ১ কোটি টকাৰ কিতাপ আছে এইগৰাকী জ্ঞানপিপাসু প্ৰাৰ্থীৰ

তৃণমূলৰ ‘হেভিৱেট’ নেতা কল্যাণ বেনাৰ্জী। পেচাত তেওঁ এগৰাকী অধিবক্তা। ইয়াৰ পূৰ্বে তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেওঁ।  শ্ৰীৰামপুৰ সমষ্টিৰ তৃণমূলৰ...

Read moreDetails

ৰাষ্ট্ৰীয় এন্টি ড’পিং বডিৰ দ্বাৰা নিলম্বিত মল্লযুঁজাৰু বজৰং পুনিয়া

নেশ্যনেল এণ্টি ড’পিং এজেন্সীয়ে মল্লযুঁজাৰু বজৰং পুনিয়াক অনিৰ্দিষ্টকাললৈ নিলম্বন কৰিছে৷উক্ত পদক্ষেপে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত অংশগ্ৰহণৰ...

Read moreDetails

অসমত আজি সমাপ্ত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ; ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব সুৰাৰ বিপনী

অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আজি সন্ধিয়া ৫ বজাত শেষ হ’ব।অহা ৭ মে’ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন চাৰিটা সমষ্টি—গুৱাহাটী,...

Read moreDetails

ৰাহুল গান্ধী ব্ৰিটিছ নাগৰিক! নিৰ্বাচন আয়োগক অভিযোগ, মনোনয়ন বাতিলৰ দাবী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত এক বাতৰিয়ে দেশজুৰি চৰ্চা লাভ কৰিছে!নাগৰিকত্ব সন্দৰ্ভত অভিযোগকাৰীয়ে ৰাহুলৰ মনোনয়ন শীঘ্ৰে বাতিল কৰিবলৈ দাবী...

Read moreDetails

নৰেন্দ্ৰ মোদীয়ে কিয় গুজৰাটৰ পৰা নিৰ্বাচন নেখেলে? কাৰণ জনাই সৰৱ প্ৰিয়ংকা গান্ধী

পুনৰ সৰৱ হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আক্ৰমণ কৰিলে নৰেন্দ্ৰ মোডীক। শনিবাৰে গুজৰাটৰ বানাস্কান্থাৰ লাখানী গাঁৱত এখন ৰাজহুৱা সভাত প্ৰিয়ংকা...

Read moreDetails

ভাৰতীয় বিজ্ঞানীসকলৰ ডাঙৰ সফলতা! চন্দ্ৰত বৰফৰ নতুন প্ৰমাণ পোৱাৰ দাবী

বহু গৱেষণাৰ পৰা দেখা গৈছে যে চন্দ্ৰত বৰফ থাকিব পাৰে। এতিয়া এক নতুন অধ্যয়নত বিজ্ঞানীসকলে চন্দ্ৰৰ মেৰু গহ্বৰত অধিক পানীৰ...

Read moreDetails

জম্মু-কাশ্মীৰৰ পুঞ্চত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ! নিৰ্বাচনৰ মাজতে ছহিদ ১জন,আহত ৫

খবৰ অনুসৰি জম্মু-কাশ্মীৰৰ উগ্ৰপন্থীয়ে বায়ুসেনাৰ কনভয়ত আক্ৰমণ চলাইছে। এই ঘটনাত সন্ত্ৰাসবাদীৰ হাতত ছহিদ হয় ১জন বায়ুসেনাৰ জোৱান। তদুপৰি আন ৫...

Read moreDetails

IPL 2024: অনবদ্য বিৰাট-ডু প্লেছিছ; গীলৰ গুজৰাট টাইটানছৰ বিৰুদ্ধে আৰচিবিৰ জয়ৰ হেট্ৰিক, পিছে কি হ’ব?

চলিত আই পি এলৰ পৰা আৰ চি বিৰ আৰু একো পাবলগীয়া নাই আৰু হেৰুৱাবলগীয়া একো নাই। যোৱা ১৬টা ছিজনৰ দৰেই...

Read moreDetails

বিগত বছৰত ১৬২ বাৰ দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো ভ্ৰমণ নকৰিলে মণিপুৰ

যোৱা শুকুৰবাৰে (৩ মে’) ভাৰতৰ অংগৰাজ্য মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ এবছৰ সম্পূৰ্ণ হ’ল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিংসাৰ...

Read moreDetails
Page 984 of 1847 1 … 983 984 985 … 1,847

Stay Connected

Recent News