এইচ আই ভিত মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত পঞ্চম, নৱম আৰু দশম স্থানত আছে ক্ৰমে ম্যানমাৰ, নেপাল আৰু বাংলাদেশ

এছিয়াত এইডছ সম্পৰ্কীয় মৃত্যুৰ ঘটনা হ্ৰাস পোৱাৰ পিছতো অঞ্চলটোত এই ৰোগত মৃত্যু হোৱাৰ ঘটনা অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ এইডছ সম্পৰ্কীয় প্ৰতিবেদনত...

Read moreDetails

ৰাখাইনলৈ উভতি যোৱাটো সুৰক্ষিত বুলি বিশ্বাস নকৰে ৰহিংগিয়াসকলে : ইউনিচেফ

বাংলাদেশত  থকা ৰহিংগিয়া লোকসকলে এতিয়াও ৰাখাইনত থকা নিজৰ ঘৰলৈ ঘুৰি যোৱাটো নিৰাপদ বুলি ভাৱিব পৰা নাই। কক্স বজাৰত ম্যানমাৰৰ পৰা...

Read moreDetails

ৰহিঙীয়া শৰণাৰ্থীক সমৰ্থনেৰে ম্যানমাৰ অ’পেন নেখেলাৰ সিদ্ধান্ত বাংলাদেশী গ’ল্ফাৰৰ

বাংলাদেশী গ’ল্ফাৰ চিদ্দিকুৰ ৰহমানে ৰহিঙীয়া শৰণাৰ্থীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি কালি লিঅ’পেলে’চ-২১ ম্যানমাৰ অ’পেন প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। এ’...

Read moreDetails

বাংলাদেশৰ কক্স বজাৰৰ ৰহিঙীয়া শৰণাৰ্থী শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণ

বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰি থকা ৰহিঙীয়া শৰণাৰ্থীৰ এক আশ্ৰয় শিবিৰত দুটা বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে...

Read moreDetails

উজনি অসমত টেংকাৰ আক্ৰমণৰ ঘটনাটোৱে দিছে উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ মাজত সমীকৰণ সলনিৰ ইংগিত

উজনি অসমত খাৰুৱা তেল পৰিবাহী ৭ খন টেংকাৰ জ্বলাই দিয়া ঘটনাটোৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহৰ মাজৰ সমীকৰণত এক পৰিৱৰ্তনৰ ইংগিত...

Read moreDetails

ভাৰত-বাংলা সীমান্ত ছীল কৰা সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা,...

Read moreDetails

লাৰছেন এণ্ড টউব্ৰ’ৱে দায়িত্ব ল’লে বাংলাদেশৰ ভেৰামাৰাৰ ৩৬০ মেগাৱাট সম্পন্ন শক্তি প্ৰকল্পৰ

আভিযান্ত্ৰিক ক্ষেত্ৰৰ মহাৰথী লাৰছেন এণ্ড টউব্ৰ’ৱে বাংলাদেশৰ ৩৬০ মেগাৱট শক্তিসম্পন্ন ভেৰামাৰা প্ৰকল্পৰ দায়িত্ব গ্ৰহণ কৰিছে। ভেৰামাৰা কম্বাইন্ড চাইক’ল পাৱাৰ প্লেন্ট...

Read moreDetails

ম্যানমাৰ সেনাৰ গাড়ীত আক্ৰমণ ৰহিঙীয়া উগ্ৰপন্থীৰ

ম্যানমাৰৰ ৰাষ্ট্ৰীয় আৰু চৰকাৰী সংবাদমাধ্যমে জনোৱা অনুসৰি ৰাখিনে প্ৰদেশত ৰহিঙীয়া উগ্ৰপন্থীয়ে ম্যানমাৰ সেনাৰ গাড়ীত চলোৱা অতৰ্কিত আক্ৰমণত ম্যানমাৰ সেনাৰ ৫...

Read moreDetails

বাংলাদেশৰ আদালতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়ালৈ জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা

মঙলবাৰে বাংলাদেশৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপি নেত্ৰী বেগম খালেদা জিয়ালৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। দুবছৰ আগতে চৰকাৰ...

Read moreDetails

বৰ্ধমান বিস্ফোৰণৰ মূল অভিযুক্ত জে এম বিৰ নেতা তালহা শ্বেখ বাংলাদেশত গ্ৰেপ্তাৰ   

২০১৪ চনৰ অক্টোবৰ মাহত পশ্চিমবংগৰ বৰ্ধমানৰ খাগৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা জামাত-উল-মুজাহিদীন বাংলাদেশ (জে এম বি)ৰ অন্যতম শীৰ্ষ...

Read moreDetails
Page 48 of 49 1 47 48 49

Stay Connected

Recent News