প্ৰতিৱেশী

নেপালৰ ৰাজনীতিত বৃহৎ জোকাৰণি: যোৱা বৰ্ষৰ প্ৰতিবাদৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি

চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ৰাজনীতিত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি কৰি দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ...

Read moreDetails

আৰাকানত ম্যানমাৰ জুন্টাৰ ভয়ংকৰ বিমান আক্ৰমণত ১১৬ জন যুদ্ধবন্দীৰ মৃত্যু

আৰাকানত ম্যানমাৰৰ সামৰিক শাসকৰ এক মৰ্মান্তিক বিমান আক্ৰমণত ১১৬ জনতকৈ অধিক যুদ্ধবন্দীৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails

নেপালৰ নিৰ্বাচনত পৰাজিত দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী; বলেন্দ্ৰৰ ছুনামীৰ মাজতে জয় প্ৰচণ্ডৰ

নেপালৰ নিৰ্বাচনত তিনিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰে দুজনে পৰাজিত হৈছে। অৱশ্যে ‘বলেন্দ্ৰ ছুনামী’ৰ মাজতে আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকমল...

Read moreDetails

নেপালৰ নিৰ্বাচন! প্ৰাৰম্ভিক গণনাত আগবাঢ়িছে বলেন্দ্ৰৰ আৰএছপি; বহু পিছ পৰি ৰৈছে অলি-প্ৰচণ্ড

নেপালত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছত গণনা চলি আছে। জেন জেড (যুৱ প্ৰজন্ম)ৰ পছন্দৰ দল ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি (আৰ এছ পি)...

Read moreDetails

নেপালত নিৰ্ণায়ক সাধাৰণ নিৰ্বাচন: জেন-জেড আন্দোলনৰ জোৱাৰৰ পাছত নতুন চৰকাৰ গঠনৰ দিশে দেশখন

নেপালত আজি পুৱাৰে পৰা এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ সাধাৰণ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা বছৰ কে পি শৰ্মা অলি...

Read moreDetails

বাংলাদেশৰ ৰাজনীতিত নতুন সমীকৰণ: বিএনপি চৰকাৰ গঠনৰ পাছতেই পুনৰ সক্ৰিয় হৈছে নেকি আৱামী লীগ?

বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত পুনৰ পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। শেহতীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বিএনপি)য়ে জয়লাভ কৰাৰ পাছতেই...

Read moreDetails

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বাংলাদেশৰ আমন্ত্ৰণ: ১৭ ফেব্ৰুৱাৰীত তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠান

অহা ১৭ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে। বাংলাদেশ জাতীয়তাবাদী দলৰ...

Read moreDetails

‘কোনো ফেচিবাদী শক্তিয়ে যাতে মূৰ তুলিব নোৱাৰে’; বাংলাদেশৰ দায়িত্ব লোৱাৰ পূৰ্বে তাৰিক ৰহমানৰ বাৰ্তা

তীব্ৰ ভাৰত বিৰোধী জামাত মিত্ৰজোঁটক পৰাস্ত কৰি বাংলাদেশত ক্ষমতালৈ আহিছে বিএনপি। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ঐক্যৰ আহ্বান...

Read moreDetails

বি এন পিৰ ঐতিহাসিক বিজয়: তাৰিক ৰহমানৰ “বাংলাদেশ প্ৰথম” নীতি

বাংলাদেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) অভূতপূৰ্ব বিজয়ৰ পাছত দেশখনৰ ভৱিষ্যৎ বৈদেশিক নীতি আৰু ভাৰতৰ সৈতে দ্বিপাক্ষিক...

Read moreDetails

বেইজিঙৰ সৈতে উত্তেজনাৰ মাজতে জাপানে জব্দ কৰিলে চীনৰ জাহাজ

জাপান কৰ্তৃপক্ষই চীনৰ এখন মাছ ধৰা জাহাজ জব্দ কৰিছে। যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাব বুলি...

Read moreDetails
Page 8 of 189 1 … 7 8 9 … 189

Stay Connected

Recent News