অৰুণাচলত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্য খনৰ আপাৰ চিয়াং জিলাত সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন পাহাৰৰ...
Read moreDetailsঅৱশেষত ভাৰতৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই শুকুৰবাৰৰ পৰা চানে তিব্বতৰ লাছা আৰু নিংচিৰ মাজত সম্পূৰ্ণ বিদ্যুতচালিত বুলেট ৰে'ল চলালে।...
Read moreDetailsঅৰুণাচলৰ কেইবাখনো জিলাত বলৱৎ হৈ থকা লকডাউনৰ ম্যাদ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। শুকুৰবাৰে লোৱা সিদ্ধান্ত অনুসৰি ৩১ মে'ত...
Read moreDetailsকাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ। বিশ্বৰ কেইবাখনো দেশৰ পৰা কাইলৈ চন্দ্ৰটো ৰঙা হৈ পৰা দেখা যাব। ভাৰতত অৱশ্যে আংশিকভাৱেহে পূৰ্ণগ্ৰাসী চন্দ্ৰ প্ৰত্যক্ষ...
Read moreDetailsভাৰত-ম্যানমাৰৰ সীমান্তত নগা বিদ্ৰোহী সংগঠনেৰে হোৱা এক সংঘৰ্ষত আছাম ৰাইফলছৰ এগৰাকী জোৱান ছহিদ হোৱাৰ লগতে অন্য দুগৰাকী জোৱান আহত হৈছে।...
Read moreDetailsএটা বৃহৎ ভূমিকম্পই কঁপাই তুলিলে অৰুণাচল প্ৰদেশ। ৫.৮ মেগনিটিউডৰ ভূমিকম্পটো সংঘটিত হয় আজি সন্ধিয়া ৭.১৮ বজাত। ভূমিকম্পটোৰ কেন্দ্ৰবিদন্দু চাংলং নামৰ...
Read moreDetailsইটানগৰৰ বায়'লজিকেল পাৰ্কত এজনী ৰয়েল বেগংল বাঘৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ। ঢেকীয়াজুলিৰ বাসিন্দা পলাশ কৰ্মকাৰ (৩৫) নামৰ লোকজনে বায়লজিকেল...
Read moreDetailsঅসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত সোমবাৰে সেনা আৰু আৰক্ষীয়ৰ এক গোপন অভিযানত আটক কৰা হৈছে নগা বিদ্ৰোহী সংগঠন এনএছচিএন(আই এম)ৰ...
Read moreDetailsদেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌ অহাৰ সময়তে প্ৰতিদিনে লাখৰ ঘৰত লোক কোভিডত আক্ৰান্ত হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু কোভিডত...
Read moreDetailsশনিবাৰে আলফা(স্বা)এ অপহৰণ কৰি নিয়া তৈল খননকাৰী প্ৰতিষ্ঠান কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিছে। ১১৫ দিন আলফা(স্বা)ৰ শিবিৰত বন্দী কৰি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd