কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰক সাক্ষাৎ অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰৰ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই নতুন দিল্লীত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰক সাক্ষাৎ...

Read moreDetails

পথ নিৰ্মাণক লৈ অসম-অৰুণাচল আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনা

অৰুণাচল প্ৰদেশৰ মাটিত অসমে পথ নিৰ্মাণ কৰাৰ অভিযোগক লৈ অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি অসম-অৰুণাচল...

Read moreDetails

অৰুণাচলৰ দুৰ্গম অঞ্চলত স্বাস্থ্য শিবিৰৰ আয়োজন ভাৰতীয় সেনাৰ

ভাৰতীয় সেনা আৰু জাং অসামৰিক চিকিৎসালয় প্ৰশাসনৰ যৌথ উদ্যোগত পশ্চিম অৰুণাচল প্ৰদেশৰ অতিকৈ ভিতৰুৱা অঞ্চল মাগোত দুদিনীয়াকৈ আয়োজন কৰা হয়...

Read moreDetails

ব্ৰে’কিং নাও : অৰুণাচলৰ দেমলিয়াত দুই গোটৰ সংঘৰ্ষত নিহত দুজন এন এচ চি এন সদস্য

অৰুণাচল প্ৰদেশৰ দেমলিয়াত আজি ৩১ মে’ৰ গধূলি এন এচ চি এন (ইজাক-মুইভা) আৰু এন এচ চি এন (য়ু)ৰ মাজৰ সংঘৰ্ষত...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অৰুণাচলত প্ৰতিবাদ ছাত্ৰ সংগঠন আপছুৰ

সোমবাৰে ইটানগৰৰ টেনিছ ক’ৰ্টত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা চমুকৈ আপছুৰ নেতৃবৃন্দই এক...

Read moreDetails

আজি অৰুণাচলৰ পাছিঘাটৰ পৰা গুৱাহাটী হৈ কলকাতালৈ উৰিব বাণিজ্যিক বিমান

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা তথা সমগ্র দেশৰ বিমান পৰিবহণ খণ্ডত কাৰ্যতঃ ইতিহাস সূচনাৰে আজি অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰৰ পৰা গুৱাহাটী হৈ...

Read moreDetails

অৰুণাচলৰ সিপাৰে চীনৰ সীমান্তত সোণৰ বৃহৎ ভাণ্ডাৰ; বৃদ্ধি হ’ব পাৰে আধিপত্যৰ যুঁজ

চীনৰ সীমান্ত অঞ্চলত, ভাৰতৰ অৰুণাচল প্ৰদেশৰ দাঁতিতে থকা লুঞ্জে নামৰ জিলাখনত সোণৰ বৃহৎ ভাণ্ডাৰ আৱিষ্কৃত হোৱাৰ কথা পোহৰলৈ আহিছে। এই...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈ ইটানগৰত আপছুৰ উদ্যোগত নেছ’ৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ অসমকে ধৰি সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলত বিভিন্ন দল- সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে কাইলৈ অৰুণাচল প্ৰদেশত...

Read moreDetails

অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিক অভিনন্দন পেমা খাণ্ডু-বি ডি মিশ্ৰৰ

অৰুণাচল প্ৰদেশৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী হিচাপে সু উচ্চ এভাৰেষ্ট শৃংগ জয় কৰি সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰয়িঙৰ...

Read moreDetails

দিৰাঙত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত দুজন, গুৰুতৰভাৱে আহত এটি শিশু

আজি পুৱা অৰুণাচল প্ৰদেশৰ দিৰাঙত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আহত...

Read moreDetails
Page 58 of 87 1 57 58 59 87

Stay Connected

Recent News