প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

ইণ্টাৰনেটৰ জৰিয়তে শিশুক লৈ অশ্লীল ভিডিঅ’ তৈয়াৰী, সংগ্ৰহ, সংৰক্ষণ আৰু বিতৰণৰ দৰে গুৰুতৰ অভিযোগৰ ভিত্তিত চিবিআইয়ে ২৫ মে’ত এক গোচৰ...

Read moreDetails

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

আইনৰ ওপৰত আস্থা নাই! এই কাৰণেই যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন লোকক মহিলাসকলেই হত্যা কৰি জ্বলাই দিলে। তেওঁক হত্যা কৰা...

Read moreDetails

আই ই ডি বিস্ফোৰণত ছত্তীশগড়ৰত এগৰাকী আৰক্ষী বিষয়া নিহত আৰু দুজন আহত

ছত্তীশগড়ৰ চুকমা জিলাত যোৱা ৯ জুনত সংঘটিত হোৱা এক ভয়াৱহ আইইডি বিস্ফোৰণত অতিৰিক্ত আৰক্ষী অধীক্ষক আকাশ ৰাও গিৰিপাঞ্জে নিহত হোৱাৰ...

Read moreDetails

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰা মাদ্ৰী কাকতিৰ অগ্ৰিম জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ কৰে। উল্লেখ্য যে সামাজিক মাধ্যমত...

Read moreDetails

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ অসমৰ লগতে দেশৰ আন আন ৰাজ্যতো বিতৰ্ক সৃষ্টি হৈছে। অসমৰ পিছতে এইবাৰ পশ্চিম বংগত খলকনি তুলিছে...

Read moreDetails

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

শেহতীয়াকৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিয়ে আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক ড০ বিভৱ কুমাৰ তালুকদাৰ আৰু অসম শক্তি উৎপাদন নিগম লিমিটেডৰ প্ৰাক্তন...

Read moreDetails

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

চৰকাৰে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইন পুনৰ প্ৰৱৰ্তন কৰি ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাৰ কথা ঘোষণা কাৰিছে। ২০২৪ চনৰ...

Read moreDetails

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত সংৰক্ষিত জনজাতীয় ভূমি “উন্নয়ন প্ৰকল্পৰ” নামত অসাংবিধানিক আৰু অবৈধভাৱে হস্তান্তৰৰ অভিযোগ উত্থাপন কৰি সদৌ অসম জনজাতি ছাত্ৰ সন্থাই অসম...

Read moreDetails

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

ঘৰলৈ ঘূৰি আহিছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান শুদ্ধি ৰাভা। শুদ্ধি ৰাভাৰ ঘৰ কোকৰাঝাৰ জিলাৰ দামোদৰপুৰত। অপাৰেশ্যন সিন্দুৰৰ সময়ত শত্ৰু পক্ষৰ...

Read moreDetails

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো কেন্দ্ৰৰ পৰা শিক্ষা পুঁজি মুকলি কৰি নিদিয়া সন্দৰ্ভত তামিলনাডু চৰকাৰে দাখিল কৰা আবেদনৰ উচ্চতম ন্যায়ালয়ে...

Read moreDetails
Page 109 of 5639 1 108 109 110 5,639

Stay Connected

Recent News