• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2025 8:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনৰ ওপৰত আস্থা নাই! এই কাৰণেই যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এজন লোকক মহিলাসকলেই হত্যা কৰি জ্বলাই দিলে। তেওঁক হত্যা কৰা মহিলাসকল বিভিন্ন সময়ত পুৰুষজনৰ কামনাৰ আৰু যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে আৰক্ষীয়ে লোকজনক হত্যা কৰাৰ অভিযোগত ১০জনক গ্ৰেপ্তাৰ কৰিছে। ওড়িশাৰ গজাপতি জিলাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি এদল মহিলাই ৬০ বছৰীয়া ব্যক্তিজনক হত্যা কৰে। লোকজনে বিভিন্ন সময়ত তেওঁলোকক দমন আৰু যৌন নিৰ্যাতন চলাইছিল। হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহতো জুইত জ্বলাই দিয়া হয়। সোমবাৰে ওড়িশা আৰক্ষীয়ে জনোৱা মতে, লোকজনৰ হত্যাকাণ্ডৰ গোচৰত ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী মহিলা।

Apply Now

গজপতি জিলাৰ মোহনা থানাৰ বিষয়া বসন্ত ছেঠীয়ে জানিবলৈ দিয়া মতে, লোকজনক বিচাৰি নোপোৱাৰ বাবে পৰিয়ালে এজাহাৰ দাখিল কৰে। নিৰুদ্দেশ হোৱা গোচৰটোৰ তদন্ত কৰি থাকোঁতে আৰক্ষীয়ে গম পায় যে তেওঁক ঘপিয়াই হত্যা কৰা হৈছে। হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহও জ্বলাই দিয়া হয়।

গাঁওখনৰ পৰা প্ৰায় ২ কিলোমিটাৰ নিলগৰ হাবিখনৰ সমীপৰ এটা পাহাৰৰ পৰা কিছু হাড় আৰু ছাই উদ্ধাৰ কৰা হয়। এই ঘটনাত গাঁওখনৰ এজন ৱাৰ্ড সদস্যকে ধৰি দহজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, যোৱা ৩ তাৰিখে হত্যা কৰা হৈছিল লোকজনক। লোকজনে গাঁওখনৰ এগৰাকী ৫২ বছৰীয়া মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে মানুহজনৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হোৱা গাঁৱৰ মহিলাসকলে নিজৰ মাজতে এখন সভা পাতে। সেই আলোচনাত তেওঁলোকে মানুহজনক হত্যা কৰাৰ সিদ্ধান্ত লয়। শুই থকা অৱস্থাত সেই ৫২ বছৰীয়া বিধৱাগৰাকীয়ে নিজৰ ঘৰলৈ গৈ চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে। আন মহিলাসকল আৰু আন দুজন পুৰুষে তেওঁক এই কাৰ্য্যত সহায় কৰিছিল।

আৰক্ষীৰ দাবী, ধৃত মহিলাসকলে বিভিন্ন সময়ত লোকজনৰ কামনাৰ বলি হোৱা বুলি জনাইছে। আৰু এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় আৰু আন কোনো নাৰী যাতে তেওঁৰ কামনাৰ বলি হ’ব লগা নহয় তাৰ বাবেই তেওঁলোকে এই কাম কৰিলে।

গজপতি জিলাৰ আৰক্ষী অধীক্ষক যতীন্দ্ৰ কুমাৰ পাণ্ডাই কয় যে মহিলা সকল আগতে কেতিয়াও আৰক্ষীৰ ওচৰলৈ সহায়ৰ বাবে অহা নাছিল। লগতে মহিলাসকলে পুৰুষজনৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল কৰা নাই বুলিও কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd