বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বানপীড়িত ৰাইজক জৰুৰী বান সাহায্যৰ ধন বিতৰণ কৰাৰ বাবে অসম চৰকাৰক দিয়া ১ অক্টোবৰৰ সময়সীমা উকলি যোৱাৰ পাছতো ধন অবমুক্ত...

Read moreDetails

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 ৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ আপডেট। National Board of Examinations in Medical Sciences (NBEMS) ১ অক্টোবৰৰ পৰা NEET...

Read moreDetails

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ঠিক আগে আগে শাসকীয় দল বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা আৰু প্ৰতিশ্ৰুতি পত্ৰৰ তথ্যক লৈ ৰাজ্যজুৰি...

Read moreDetails

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ উজান অংশত সংঘটিত এক ভূমিস্খলনৰ ফলত দিখৌ নদীৰ জলপ্ৰবাহ বাধাগ্ৰস্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছতেই শিৱসাগৰ জিলা...

Read moreDetails

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচখন আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰিকেট জগতৰ পৰিচিত মুখ তথা ধাৰাভাষ্যকাৰ...

Read moreDetails

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

শেহতীয়াকৈ ককৰোচ জনতা পাৰ্টী চমুকৈ চিজিপিৰ সদস্যসকলে ৰাজ্যৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছতেই অসম চৰকাৰৰ শিক্ষা বিভাগে সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহৰ...

Read moreDetails

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী সোনাজুৰিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাইছে। অঞ্চলটোত চলি থকা বুলি অভিযোগ...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে লাহৰীঘাটত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ...

Read moreDetails

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বিশেষ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰিছে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে...

Read moreDetails

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বকুলি চাপৰিত কৃষি মন্ত্ৰী পিয়ুচ হাজৰিকাৰ নিৰ্দেশত পৰিবেশ বিৰোধী পাম অইল খেতি সম্প্ৰসাৰণ কৰাক...

Read moreDetails
Page 14 of 5996 1 … 13 14 15 … 5,996

Stay Connected

Recent News