ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে ২৯ আৰু ৩০ ছেপ্টেম্বৰ ২০২১ তাৰিখে গুৱাহাটী ভ্ৰমণ কৰে আৰু অসম...
Read moreDetailsশীতৰ আগমণৰ লগে লগে লাডাখৰ পূব অঞ্চলত চীনে গঢ়ি তুলিছে ব্যাপক সমৰসজ্জা। ভাৰতৰ বৈদেশিক দপ্তৰে চীনৰ এই সমৰসজ্জাৰ কথা প্ৰকাশ...
Read moreDetailsবৃহস্পতিবাৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ সময়ত হৰিশ ৰাৱাটে দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে...
Read moreDetailsক্ৰমাৎ মেৰু বিভাজন ঘটা পঞ্জাৱ কংগ্ৰেছৰ নেতা তথা ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰিব বুলি কালি নতুন...
Read moreDetailsপঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। সাক্ষাতত চন্নীয়ে প্ৰধান মন্ত্ৰীৰ সৈতে ধান সংগ্ৰহত পলম হোৱাৰ...
Read moreDetailsছিপাঝাৰৰ উচ্ছেদক কেন্দ্ৰ কৰি যোৱা ২৩ ছেপ্টেম্বৰৰ দিনা অসমত এটা অতি ঘৃণনীয়, নৃশংস আৰু পাশৱিক ঘটনা সংঘটিত হৈ গ'ল যি...
Read moreDetailsটাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ বাবে নিবিদা লাভ কৰা বুলি সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি অস্বীকাৰ কৰিছে চৰকাৰে। সংবাদ মাধ্যমত প্ৰকাশ...
Read moreDetailsবিধায়ক অখিল গগৈৰ মতে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিলে। বহু দিন অপেক্ষাৰ অন্তত অকলে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ৰাইজৰ...
Read moreDetailsভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনাৰ স্মৃতি মান্ধানাই শুকুৰবাৰে দিবা-নৈশ টেষ্টত শতক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।...
Read moreDetailsঅনুষ্ঠানৰ মাজতে বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ ফলত দৰ্শকে অনুষ্ঠান এটাৰ পূৰ্ণ আমেজ লাভ কৰিবলৈ সক্ষম নহয়। কিন্তু অৰ্থনৈতিক কাৰণতে বহু টেলিভিছন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd