ৰাজ্যৰ তিনিগৰাকী তৰুণ লেখকক প্ৰদান কৰা হৈছে মুনীন বৰকটকী সাহিত্য বঁটা। শনিবাৰে গুৱাহাটী মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত...
Read moreDetailsজাহাজৰ প্ৰতীক চিহ্নলৈ এইবাৰ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদক কেন্দ্ৰীয় নিৰ্বাচন...
Read moreDetailsনগাঁও জিলাৰ নিৰ্বাচনী কাৰ্যালয়ৰ অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সেই...
Read moreDetailsৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন কোনে ৰাখিছিল সেই প্ৰশ্নৰ...
Read moreDetailsক’ৰ’ণাৰ নতুন ঢৌৱে কোবাই যোৱা দেশত চৰকাৰী উদ্যোগত কোভিডৰ ভেকচিন দিয়াৰ কাম চলি আছে যদিও শীঘ্ৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো...
Read moreDetailsহিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰা বিজেপি চৰকাৰখনৰ দিনতে ৪৪ হাজাৰ কোটি টকাৰ ধাৰ অসমৰ মানুহৰ মূৰত আছে। স্বাধীনতাৰ পিছৰে পৰা...
Read moreDetailsঅসমত পৰিৱৰ্তনৰ সপোন দেখুৱাই দিছপুৰৰ শাসনৰ মচনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে পুনৰ '২১ৰ নিৰ্বাচনত শাসনৰ বাঘজৰী...
Read moreDetailsযোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত এটা বিলুপ্তপ্ৰায় সুগৰি পহুৰ পোৱালি স্থানীয় লোকে উদ্ধাৰ কৰে। জাঁজীমুখৰ প্ৰকৃতি সুৰক্ষা অনুষ্ঠান কেতেকীৰ অন্যতম কৰ্মকৰ্তা...
Read moreDetailsআগন্তক বিধানসভা নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে বোকাখাত মহকুমা প্রশাসনে নির্বাচন সংক্রান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে। বিধানসভা নির্বাচনৰ...
Read moreDetailsনিৰ্বাচন আয়োগে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৰাজ্য ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা। এই তৎপৰতাৰ মাজতে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd