• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
February 28, 2021 7:44 am
IMG_20210223_19101207
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰা বিজেপি চৰকাৰখনৰ দিনতে   ৪৪ হাজাৰ কোটি টকাৰ ধাৰ অসমৰ মানুহৰ মূৰত আছে। স্বাধীনতাৰ পিছৰে পৰা ২০১৬ চনৰ আগলৈকে সকলো ধাৰ মিলালেও এই ধাৰৰ সমান নহয়। অসম খনক ভিক্ষাৰী অসম কৰিলে, তাৰ বাবে জগৰীয়া এই বিজেপি চৰকাৰখন,সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।  এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

 “বিজেপি চৰকাৰখনে অসমৰ সৰ্ব সাধাৰণ ৰাইজক অন্ধকাৰৰ দিশলৈ ঠেলি দিছে। এই চৰকাৰ জনগণৰ তেজ শুহি খোৱা এখন চৰকাৰ। কেৱল পুজিপতিক পূজা অৰ্চনা কৰাৰহে চৰকাৰ এইখন। কা আন্দোলনৰ সময়ত পাঁচ গৰাকীকৈ যুৱকক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা চৰকাৰ খনে আৰক্ষীৰ বিৰুদ্ধে কোনো তদন্ত নকৰিলে। আনকি তেওলোকক ছহীদ বুলি কবলৈও মুখ্যমন্ত্ৰীয়ে সাহস নকৰিলে। মুখ্যমন্ত্ৰীয়ে জয় আই অসম বুলি কবলৈও পাহৰি গৈছে। এতিয়া নিৰ্বাচনৰ আগে আগে ভোটৰ অংকৰ স্বাৰ্থতহে  পুনৰ জয় আই অসম  কবলৈ আৰম্ভ কৰিছে।” এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ।

Apply Now

শেহতীয়াকৈ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ ভৱনত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন   বিশাল জাতীয় জাগৰণ সমাবেশ অনুষ্ঠিত হয়। এই সমাবেশত  অংশ গ্ৰহণ কৰি অজাপৰ সভাপতি গৰাকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়, “বিজেপি চৰকাৰৰ দিনত  চাকৰিৰ নামত দুৰ্নীতি, চুপাৰীৰ নামত চিণ্ডিকেট, কাঠৰ নামত চিণ্ডিকেট, ৰামৰ নাম লৈ গৰুৰ  চিণ্ডিকেট,  যিমান ঠিকা আছে সকলোতে ৫ শতাংশ কমিচন লয় বুলি সকলোৱে জানে। বিজেপি চৰকাৰে চিণ্ডিকেট ৰাজৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে।”

এক বিশাল বাইক ৰেলীৰে আদৰি অনা লুৰীণ জ্যোতি গগৈয়ে আনকি এ পি এছ ছি কেলেংকাৰীত কেৱল ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিয়েই বিজেপি চৰকাৰ খনে দুৰ্নীতি বিৰোধী অভিযান সমাপ্ত কৰিলে বুলি অভিযোগ তোলে।

আনহাতে  বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে অসমত সৃষ্টি হোৱা নতুন দল সমূহ কেৱল কথাৰেহে চলি আছে বুলি কৰা মন্তব্যৰ উত্তৰত অজাপৰ সভাপতি গৰাকীয়ে কয় যে  আমাক চৰকাৰ কৰিবলৈ দিয়ক আমি কাম কৰি দেখুৱাম। দুৰ্নীতিত নিমজ্জিত চৰকাৰ খনে মুখত এতিয়া ৰাম নাম লৈ লাভ নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে চিণ্ডিকেটৰ লগত জড়িত সকলোকে কৰায়ত্ত কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় লুৰীণ  জ্যোতি গগৈয়ে।

ইফালে বিজেপিৰ ১০০ প্লাছৰ প্ৰসংগত তেওঁ  কয় যে গণতন্ত্ৰক  বিশ্বাস নকৰা সকলেহে ১০০ প্লাছৰ কথা কয়।অহংকাৰী ,অতিমানৱেহে এনেকুৱা কথা কব পাৰে বুলি বিজেপিক কটাক্ষ কৰে অজাপৰ সভাপতি গৰাকীয়ে। আনকি  ই ভি এম মেছিনত যি সকলে দুই নম্বৰী কৰে, যি সকলে  নিজকে কলি যুগৰ ভগবান বুলি ভাৱে  তেওঁলোকেহে এনেকুৱা ১০০ প্লাছৰ কথা কব পাৰে বুলি মন্তব্য কৰে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd