• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 8:41 am
a cov123
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাৰ নতুন ঢৌৱে কোবাই যোৱা দেশত চৰকাৰী উদ্যোগত কোভিডৰ ভেকচিন দিয়াৰ কাম চলি আছে যদিও শীঘ্ৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো উপলব্ধ হ’ব ক’ৰ’ণাৰ ভেকচিন।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ইচ্ছামতে ল’ব নোৱাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভেকচিন যাতে সকলোৱে বহন যোগ্য দামত গ্ৰহণ কৰিব পাৰে সেই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে।

Apply Now

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে একোটা কোভিডৰ ভেকচিনৰ মূল্য নিৰ্দ্ধাৰণ কৰি দিছে ২৫০ টকাকৈ।

কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কোভিডৰ ভেকচিনৰ নামত ২৫০ টকাতকৈ অধিক ধন ল’ব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে।

চৰকাৰী চিকিৎসালয়ত এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰা যাব।উল্লেখ্য দেষত চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কোভিড যোদ্ধা, স্বাস্থ্যকৰ্মী আৰু নিৰাপত্তা বাহিনীৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদান কৰি আছে।

খুব সোনকালেই দেশৰ সাধাৰণ জনতাৰ বাবেও ভেকচিন মুকলি কৰি দিয়া হ’ব।

কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী নিৰীক্ষণত ৰাখিবলৈ চৰকাৰে যি Co-Win digital platform সক্ৰিয় কৰি তুলিছে সেই প্লেটফৰ্মৰ ছফটৱেৰ উন্নীত কৰাৰ বাবেই ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত দুদিনৰ বাবে দেশত বন্ধ ৰখা হৈছে কোভিডৰ ভেকচিন প্ৰদানৰ কাম।এই দুদিনত Co-Win digital platform  এতিয়া Co-Win1.0 ৰ পৰা  Co-Win 2.0 লৈ উন্নীত কৰা হ’ব।

চৰকাৰে মুকলি কৰা Co-Win digital platform এপ মোবাইল ফোনতো ডাউনলোড কৰিব পাৰি।

এই এপৰ জৰিয়তে ভেকচিন গ্ৰহণ কৰিব বিচৰা সকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। এপৰ জৰিয়তে লোক এজনে তেওঁক কেতিয়া, ক’ত ভেকচিন প্ৰদান কৰা হ’ব সেই বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হয়।

ইমান দিনে সাধাৰণ জনতাৰ বাবে এই এপ মুকলি নাছিল। কেৱল কোভিড যোদ্ধা, নিৰাপত্তাবাহিনীৰ লোক আদিৰ বাবেহে এই এপ মুকলি আছিল। ১ মাৰ্চৰ পৰা চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোক সকলক কোভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

একেদৰে অন্যান্য জটিল ৰোগত আক্ৰান্ত ৪৫ বছৰৰ ওপৰৰ লোকসকলকো ভেকচিন প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।

ভাৰতত এতিয়ালৈকে ১.৩৭ কোটি স্বাস্থ্যকৰ্মী আৰু কোভিড যোদ্ধাক এই ভেকচিন প্ৰদান কৰা হৈছে।ভেকচিনৰ প্ৰথম ডোজ লোৱা ৬৬,৩৭,০৪৯ গৰাকী স্বাস্থ্য কৰ্মীৰ ভিতৰৰে ২২,০৪,০৮৩ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ডোজ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd