অসম প্ৰদেশ কংগ্ৰেছে আজি বিভিন্ন অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। দদৰাতো কংগ্ৰেছ কৰ্মী সকলে মূল্য বৃদ্ধিৰ...
Read moreDetailsনতুন বৰ্ষ তথা ভোগালী বিহুৰ সময়তে কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে পৰ্যটকে। জানুৱাৰীৰ দ্বিতীয় সপ্তাহতো পৰ্যটকে ভিৰ কৰিছেহি...
Read moreDetailsআজিৰ পৰা ভাৰতত ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। নতুন দিল্লীস্থ এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰক ভাৰতৰ ভিতৰত...
Read moreDetailsকলিয়াবৰৰ জমখলা, দেউৰী চিলাবন্ধা, বালিটিকা অঞ্চলত গঁড়ে আতংকৰ সৃষ্টি কৰিছে। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে গঁড়টো। প্ৰথমে...
Read moreDetailsপাকিস্তানৰ দ্বাৰা প্ৰশিক্ষিত ৩০০-৪০০ সন্ত্ৰাসবাদীয়ে লাইন অফ কন্ট্ৰোল অতিক্ৰম কৰি জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সাজু হৈ আছে বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য...
Read moreDetailsদেশৰ কেইবাখনো ৰাজ্যত এতিয়া বাৰ্ডফ্লুৰ সংহাৰ চলিছে। এনে পৰিস্থিতিত বহু ৰাজ্যত ব্যাপক হাৰত চলিছে হাঁহ-কুকুৰা নিধন অভিযান। বহু ৰাজ্যই আকৌ...
Read moreDetailsভাৰতীয় দলৰ ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়া আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃ হিমাংশু পাণ্ডেয়াৰ আজি ৰাতিপুৱা বিয়োগ ঘটে। মৃত্যুৰ সময়ত হিমাংশু পাণ্ডেয়াৰ বয়স...
Read moreDetailsহৃদৰোগ জনিত সমস্যাত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা গুৱাহাটীৰ ডাউট টাউন হস্পিটেলত চিকিৎসাধীন হৈছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।...
Read moreDetailsবিগত ১০ মাহৰো অধিক সময় মিজোৰামত গীৰ্জা সমূহ বন্ধ হৈ থকাৰ পাছত ফেব্ৰুৱাৰিৰ পৰা পুনৰ গীৰ্জা সমূহ উপাসনাৰ বাবে খোলাৰ...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ দেশতে কোভিচৰ প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভনি ঘটোৱাৰ লগে লগে দেশৰ ৩০০৬...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd