প্ৰশ্নকাকত ফাদিল: প্ৰাক্তন ডিআইজি পি কে দত্তৰ ঘনিষ্ঠ এজনক গ্ৰেপ্তাৰ চিআইডিৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) শনিবাৰে আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ সৈতে জড়িত এজন লোকক তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ...

Read moreDetails

ৰাজ্যত পুনৰ ১৩ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু; মুঠ মৃতকৰ সংখ্যা ৬৩৮ গৰাকীলৈ বৃদ্ধি

সমগ্ৰ অসমত ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণ অব্যাহত আছে। ৰাজ্য চৰকাৰৰ হাতৰ পৰা ক্ৰমাৎ অসমৰ ক’ৰ’নাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে।...

Read moreDetails

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কবিৰাজ খনীন্দ্ৰ নাথ বায়নৰ পৰলোক

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কবিৰাজ, আয়ুৰ্বেদ বিশাৰদ, বিশিষ্ট সত্ৰীয়া শিল্পী তথা বৰপেটা চহৰৰ মেটুৱাকুছি নিবাসী খনীন্দ্ৰ নাথ বায়নৰ আজি পুৱতি নিশা...

Read moreDetails

এইবাৰ অসম সংগ্ৰামী মঞ্চ এৰি AJP লৈ সদলবলে ঢাপলি অদীপ ফুকনৰ

আজি অসম সংগ্ৰামী মঞ্চ এৰি নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সৈতে চামিল হ’ল অদীপ ফুকন। অসম সংগ্ৰামী মঞ্চৰ...

Read moreDetails

বোকাখাতৰ চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙৰ এখন চিত্ৰক ফেইচবুক পেজৰ পৰা আঁতৰাবৰ বাবে আৰক্ষীৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ব্যাপক গণ আন্দোলন আৰম্ভ হৈছে। দেশৰ বিভিন্ন প্ৰান্তত ৰাজপথলৈ ওলাই...

Read moreDetails

পৰ্য্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে তিনিখন বিশেষ আঁচনি ঘোষণা ৰাজ্য চৰকাৰৰ পৰ্য্যটন বিভাগৰ

কোভিড-১৯য়ে সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্য্যটন ক্ষেত্ৰত বহু পৰিমাণে বেয়া প্ৰভাৱ পেলোৱাৰ লগতে ক্ষতি সাধন কৰিছে। লকডাউনৰ সময়ছোৱাত বহু হাজাৰ...

Read moreDetails

ৰাম মাধৱ আঁতৰিল; বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত অসমৰ সাংসদ দিলীপ শইকীয়া

ৰাম মাধৱৰ সলনি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই। শণিবাৰে নতুনকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সমিতি গঠন হয়।...

Read moreDetails

বি টি চি নিৰ্বাচনৰ পূৰ্বে বড়োভূমি ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ! বাক্সাত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

বড়োভূমিত বি টি চি নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে অবৈধ অস্ত্ৰৰ প্ৰসংগকলৈ বোকা চটিওৱাৰ ৰাজনীতি আৰম্ভ কৰিছে।...

Read moreDetails

নাগালেণ্ডত নতুনকৈ ৯৪ গৰাকী লোক কোভিড প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৫৮৬২ গৰাকীলৈ বৃদ্ধি

নাগালেণ্ডত শনিবাৰৰ দিনটোত নতুনকৈ ৯৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা...

Read moreDetails

মেড-ইন-ইণ্ডিয়াৰ টেষ্টিং কিটলৈ আই চি এম আৰৰ বৈঠতা, ১.৫ ঘণ্টাৰ ভিতৰত দিব ফলাফল

একুইন বায়োটেকে ইণ্ডিয়ান ইষ্টিটিউট অফ চায়েন্স(আই আই এছ চি)ৰ সহযোগত দেশীয়ভাৱে ক'ৰ'না পৰীক্ষাৰ বাবে আৰ টি-পি চি আৰ কিট প্ৰস্তুত...

Read moreDetails
Page 2595 of 5645 1 2,594 2,595 2,596 5,645

Stay Connected

Recent News