DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কবিৰাজ খনীন্দ্ৰ নাথ বায়নৰ পৰলোক

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
September 26, 2020 10:01 pm
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কবিৰাজ খনীন্দ্ৰ নাথ বায়নৰ পৰলোক
223
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কবিৰাজ, আয়ুৰ্বেদ বিশাৰদ, বিশিষ্ট সত্ৰীয়া শিল্পী তথা বৰপেটা চহৰৰ মেটুৱাকুছি নিবাসী খনীন্দ্ৰ নাথ বায়নৰ আজি পুৱতি নিশা নিজবাসগৃত পৰলোক প্ৰাপ্তি হয় ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ ৷ ১৯৪৩ চনত বৰপেটা সত্ৰৰ নিকটৱৰ্তী নহাটীৰ গন্ধিয়া বংশত জন্মগ্ৰহণ কৰা বায়নে আয়ুৰ্বেদ বিশাৰদ উত্তীৰ্ণ হৈ বৰপেটা বৰবজাৰত এখন কবিৰাজী ফাৰ্মাচী খুলি চিকিৎসক হিচাপে সেৱা আগবঢ়ায় ৷

কবিৰাজ হিচাপে ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত জ্ঞানী জাইল সিঙৰ পৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ গ্ৰহণ কৰা বায়নে মৃত্যুৰ পূৰ্বে ইলোৰা বিজ্ঞান মঞ্চত নিজৰ দেহদানৰ বাবে ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি গৈছিল যদিও সাম্প্ৰতিক ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দেহটো গ্ৰহণ নকৰিলে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰপেটা জিলা সমিতিৰ এগৰাকী সক্ৰিয় সদস্য বায়নে গন্ধিয়া বংশৰ হকে বৰপেটা সত্ৰৰ সেৱায়িক কৰ্মত নিয়োজিত আছিল ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰো প্ৰাক্তন সদস্য বায়নৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে ৷

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd