• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাম মাধৱ আঁতৰিল; বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত অসমৰ সাংসদ দিলীপ শইকীয়া

বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কমিটি গঠন; উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৩ গৰাকী অন্তৰ্ভূক্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 26, 2020 7:27 pm

1 min read

Dilip Saikia 123
444
VIEWS
Share on FacebookShare on Twitter

ৰাম মাধৱৰ সলনি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই।

শণিবাৰে নতুনকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সমিতি গঠন হয়। সেই সমিতিত উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ৩ গৰাকী অন্তৰ্ভুক্ত হয়।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উপৰিও নাগালেণ্ডৰ পৰা এম চুবা আও ৰাষ্ট্ৰীয় উপ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে এম কিকন ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি লাভ কৰিছে।

ইপিনে, মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াক ৰাজ্যখনৰ ৪২ লাখ কাৰ্য্যকৰ্তাৰ হৈ ৰাজ্যিক সভাপতিঈ ৰঞ্জিত দাসে অভিনন্দন জনায়।

বিজেপিৰ ৰাজ্যিক মেডিয়া কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিযোগে দাসে কয় ‘দিলীপ শইকীয়াই ইতিমধ্যে সংঘ পৰিয়াল, এবিভিপি পূৰ্ণকালীন কাৰ্য্যনিৰ্বাহক, ৰাজ্যিক বিজেপিৰ সম্পাদক, দলৰ মুখপাত্ৰ, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আদিৰ দৰে গুৰু পালন কৰি নিজৰ কৰ্ম দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।‘

তেওঁ লগতে কয় ‘শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মতিথিৰ দিনাই শইকীয়াই লাভ কৰা সফলতাত আজিৰ দিনটো গৌৰৱৰ দিন হিচাপে বিবেচিত হৈছে। আশা কৰো অনাগত দিনত দিলীপ শইকীয়াৰ সবল নেতৃত্বত ৰাজ্যিক বিজেপিৰ বাঘজৰী অধিক শক্তিশালী হৈ উঠিব।‘

তাৎপয্যপূৰ্ণভাৱে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া দিলীপ শইকীয়া।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd