ফিজিঅ’থেৰাপিষ্টসকল ডাক্তৰ নহয়। গতিকে তেওঁলোকৰ নামৰ আগত ‘ডাঃ’ লিখিব নোৱাৰিব। স্বাস্থ্য সেৱা সঞ্চালকালয়ে ভাৰতীয় চিকিৎসা সংস্থালৈ প্ৰেৰণ কৰা এখন পত্ৰত...
Read moreDetailsবিদ্ৰোহৰ জুইত অগ্নিগৰ্ভ নেপাল। অবাধে চলি আছে লুটপাত। বেংক ডকাইতিৰ খবৰ যিদৰে আহিছে, সেইদৰে উদ্যোগপতি আৰু নেতাৰ ঘৰবোৰক লক্ষ্য কৰি...
Read moreDetailsপ্ৰায় আঢ়ৈ বছৰৰ অন্তত ১৩ ছেপ্টেম্বৰত হিংসা জৰ্জৰিত মণিপুৰলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁক আদৰণি জনাই প্ৰশাসনে কেইবাটাও সাংস্কৃতিক...
Read moreDetailsভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত ২০টা আঞ্চলিক দলৰ সম্পূৰ্ণ বাজেট প্ৰতিবেদন এতিয়াও উপলব্ধ নহয়। এছডিআৰৰ প্ৰতিবেদন অনুসৰি, এই দলসমূহে ২০২৩-২৪ বিত্তীয়...
Read moreDetails১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া, গোৱালপাৰা জিলাৰ মাটিয়া ঔদ্যোগিক উন্নয়ন কেন্দ্ৰত থকা SEAS Biotech ইথানল প্লাণ্টটোৱে বনাঞ্চল...
Read moreDetailsশেহতীয়াকৈ অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত ধুবুৰীত জিলাৰ গোলকগঞ্জত কোচ-ৰাজবংশী সম্প্ৰদায়ৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে ঠাই খন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত...
Read moreDetailsসম্প্ৰতি ফ্ৰান্সে এক বৃহৎ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে, চেবাষ্টিয়ান লে কৰ্নেলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে...
Read moreDetailsউচ্চতম ন্যায়ালয়ত চলিথকা বিধেয়কৰ সন্মতি সম্পৰ্কীয় গোচৰৰ শুনানিত পোহৰলৈ আহিছে কেতবোৰ নতুন দিশ। বিধেয়কৰ সন্মতিৰ সময়সীমা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ...
Read moreDetailsউত্তৰ অসমত দেখা গৈছে আফ্ৰিকান ছোৱাইন ফ্লু (এ এছ এফ)ৰ প্ৰাদুৰ্ভাৱ। ধেমাজি জিলা প্ৰশাসনে জীয়া গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী...
Read moreDetailsপ্ৰায় ২৯ মাহৰ পিছত ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণৰ প্ৰস্তাৱক “নাটক” বুলি অভিহিত কৰিছে মণিপুৰৰ প্ৰাক্তন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd