শাসনাধিষ্টিত চৰকাৰখনৰ এটা বিয়াগোম শিক্ষা বিভাগ থকাৰ পিছতো মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ একাংশ জৰাজীৰ্ণ...
Read moreDetailsবিশ্বৰ এতিয়াও বহু লোক পৰম্পৰা বা কিছু অন্ধবিশ্বাসত নিমজ্জিত। বছৰ বছৰ ধৰি চলি অহা কিছু অন্ধ-বিশ্বাসে প্ৰায় লোকৰে মন-মগজুত এতিয়াও...
Read moreDetailsচয়াবিন মানুহৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ পাঁচটা উপকাৰিতা তলত উল্লেক কৰা হ’ল। ওজন সন্তোলন কৰি ৰাখে চয়াবিনে শৰীৰৰ ওজন...
Read moreDetailsভাৰতত আৰু ১০ জন বৃদ্ধি পাইছে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। এই বৃদ্ধিৰ ফলত মঙলবাৰলৈকে ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ...
Read moreDetailsবিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰ'না ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে গোৱালপাৰাৰ মৰনৈৰ নেপালীখুঁটীত প্ৰাদুৰ্ভাৱ হৈছে এক অচিন ৰোগৰ। যোৱা ৬ মাৰ্চৰ...
Read moreDetailsআৰু ৬ জন ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে কেৰেলাত। মঙলবাৰলৈকে কেৰেলাত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে...
Read moreDetailsক্ৰিকেটৰ বাবেই হওক বা অন্য কাৰণতেই হওক সংবাদ মাধ্যমৰ বাবে সদাই চৰ্চাৰ বিষয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি। বিশ্বৰ...
Read moreDetailsআয়কৰ বিভাগ আৰু ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ ধন।...
Read moreDetailsমংগলদৈৰ ৰামহাৰীত এটি শিশুৰ সৈতে এগৰাকী মাতৃৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই গোটেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে মংগলদৈৰ...
Read moreDetailsএন ডি এফ বি(চাওৰাইগৌৰা) গোটৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই ৪০০ গৰাকী সদস্যৰ সৈতে আনুষ্ঠানিকভাৱে যোগদান কৰে য়ু পি পি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd