দেশৰ লগতে অসমতো পূৰ্ণ পৰ্যায়ত ৰূপায়িত হৈছে যান-বাহন(সংশোধনী)আইন ২০১৯। বুধবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত জিলা পৰিবহন বিভাগৰ কেইবাটাও দলে নথি-পত্ৰ...
Read moreDetails২০১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত জয়েৰে অভিযান আৰম্ভ কৰিছে অসমে। প্ৰতিযোগিতাখনত প্লেট গ্ৰুপত স্থান লাভ কৰা অসমে বুধবাৰে ডেৰাডুনত মিজোৰামক...
Read moreDetailsঅসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গীতানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই জু তিনিআলিৰ পৰা অনলাইন দেহ ব্যৱসায় চলাই অহা দিলীপ চাহু...
Read moreDetailsওদালগুৰি জিলাৰ টংলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এগৰাকী সন্দেহযুক্ত এন ডি এফ বি(এছ) গোটৰ লিংক মেনক আটক কৰে। সন্দেহযুক্ত...
Read moreDetailsআহিনৰ বানে সম্পূৰ্ণৰূপে নষ্ট কৰি গ'ল মাজুলীৰ সীমান্তৱৰ্তী লক্ষীমপুৰ জিলাৰ অন্তৰ্গত লুইত খাবলু অঞ্চলৰ ৩২ খন গাঁৱৰ মাটি মাহৰ খেতি...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খনি আৰু খনিজ সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে।...
Read moreDetailsপিঁয়াজৰ বৰ্ধিত মূল্যক লৈ উদ্বিগ্ন বৰপেটা জিলা প্ৰশাসনে আজি ইয়াৰ মূল্য নিয়ন্ত্ৰণ সম্পৰ্কত আলু-পিঁয়াজৰ ব্যৱসায়ী সকলৰ সৈতে এক আলোচনাত মিলিত...
Read moreDetailsকেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক প্ৰতি কিলোগ্ৰাম পিঁয়াজ ১৫.৬৯ টকাত যোগান ধৰিব বুলি বুধবাৰে কেন্দ্ৰীয় উপভোক্তা আৰু ৰাজহুৱা বিতৰণ...
Read moreDetailsঅহা ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৪টা সমষ্টিৰ উপ নিৰ্বাচনৰ ৩টা সমষ্টিৰ প্ৰাৰ্থিত্বৰ পেনেল প্ৰস্তুত কৰি উলিয়ালে ৰাজ্যিক বিজেপিয়ে। ৰঙাপাৰা,...
Read moreDetailsঅসম মানৱ অধিকাৰ আয়োগে “চিকিৎসা অৱহেলা”ত ৰোগীৰ মৃত্যুৰ বাবে গুৱাহাটীৰ চিকিৎসক এজনক জগৰীয়া কৰি ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে। ঘনশ্যাম ঠাকুৰীয়া...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd