জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজ; শীঘ্ৰে মেৰামতিৰ দাবী

পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ গঠনৰ তিনিবছৰ পাছতো আজি পৰ্যন্ত পকীকৰণ নহ'ল বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বৃহত্তৰ অঞ্চলক সংযোগ কৰা এখন...

Read moreDetails

শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাত দিল্লীত অসমৰ কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ

সংসদৰ শীতলকালীন অধিৱেশনৰ দ্বিতীয় দিনা নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে দিল্লীৰ সাংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ চাৰিগৰাকী কংগ্ৰেছী...

Read moreDetails

মুকলিৰ পিছতে বিতৰ্কত বাবুৰ ‘মাজুলী গাভৰু’; ভিডিঅ’ ডিলিট কৰাৰ দাবী সত্ৰাধিকাৰৰ

জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ নতুনকৈ মুক্তি পোৱা এটা গীতক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। 'মাজুলী গাভৰু' নামৰ গীতটোত মাজুলীৰ সত্ৰ-সংস্কৃতিক বিকৃতধৰণেৰে উপস্থাপন...

Read moreDetails

ধূলিসাৎ ৰাজ্যৰ সন্মান; নাগালেণ্ডৰ হাতত বেয়াকৈ পৰাস্ত অসম ক্ৰিকেট দল

চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত অসমৰ ছিনিয়ৰ দলটোৱে মেঘালয়, পডুচেৰীৰ বিৰুদ্ধে লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত এইবাৰ ২৩ অনূৰ্ধ্বৰ দলটোৰ হতাশাজনক প্ৰদৰ্শনে...

Read moreDetails

যোৰহাট জিলা প্ৰশাসনক প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ কঠোৰ সমালোচনা

যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে সোমবাৰে বিভিন্ন বিষয়কলৈ এখন সংবাদমেল সম্বোধন কৰি জিলা প্ৰশাসনক চোকা সমালোচনা কৰে। মাহে এক...

Read moreDetails

শিলচৰৰ পতিতালয়ত উদ্ধাৰ নেপালৰ সাতগৰাকী যুৱতী

সোমবাৰে শিলচৰ চহৰৰ ৰেড লাইট এলেকা (পতিতালয়)ৰ পৰা আৰক্ষীয়ে সাতগৰাকী নেপালী কিশোৰী আৰু যুৱতীক উদ্ধাৰ কৰে। নেপালৰ এটা এন জি...

Read moreDetails

ডিমা হাচাও-কাৰ্বি আংলঙক নাগৰিকত্ব বিধেয়কৰ পৰা বাহিৰত ৰখাৰ দাবী ডিমা হাচাও কংগ্ৰেছৰ   

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি হাফলঙৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে ডিমা হাচাও জিলা কংগ্ৰেছৰ নেতৃত্বই। প্ৰতিবাদকাৰীয়ে ডিমা হাচাও জিলাৰ উপায়ুক্ত...

Read moreDetails

চিয়াছেন হিমবাহত আবদ্ধ ভাৰতীয় সেনাবাহিনীৰ আঠগৰাকী জোৱান; তীব্ৰ গতিত উদ্ধাৰ অভিযান

পৃথিৱীৰ উচ্চতম যুদ্ধক্ষেত্ৰ চিয়াছেন হিমবাহত ভাৰতীয় সেনাবাহিনীৰ আঠগৰাকী জোৱান আৱদ্ধ হৈ পৰাৰ বাতৰি ভাৰতীয় সেনাবাহিনীৰ সূত্ৰত প্ৰকাশ পাইছে। চিয়াছেনৰ উত্তৰ...

Read moreDetails

হাতী যদি গণেশ দেৱ, নাম হয়গৈ কিয় “লাদেন”?

হাতীক কলা আৰু বিজ্ঞানৰ পৃষ্ঠপোষক, আৰু বোধ আৰু জ্ঞানৰ দেৱতা গণেশ দেৱ বুলি সন্মান যঁচা হয়। কিন্তু অসমত, ভাতি খোলা...

Read moreDetails

সৰ্বভাৰতীয় মানচিত্ৰত অসমৰ শিৰ উচ্চ কৰা তিনিগৰাকী অসমীয়াৰ আজি জন্মদিন

আজি ১৮ নৱেম্বৰ। আজিৰ দিনটোত ভাৰত আৰু ৰাজ্যৰ প্ৰেক্ষাপটত নিজৰ প্ৰতিভা আৰু জ্ঞান-আদৰ্শেৰে প্ৰতিষ্ঠা লাভ কৰা তিনিজন অসমীয়াৰ জন্ম হৈছিল।...

Read moreDetails
Page 3919 of 5976 1 3,918 3,919 3,920 5,976

Stay Connected

Recent News