অগপৰ নেতৃত্বৰ পৰিৱৰ্তন নঘটিলে বিজেপিত জীণ যাব নেকি আঞ্চলিক দলটো?

শেহতীয়াভাৱে লোকসভা নিৰ্বাচনকেন্দ্ৰিক চৰ্চাৰ মাজত ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভৱিষ্যতক লৈ অসমৰ জাতীয়তাবাদী শিৱিৰে যথেষ্ট উদ্বিগ্নতাৰে সময়...

Read moreDetails

কোকৰাঝাৰত বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰ সম্পন্ন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অন্তৰ্গত কোকৰাঝাৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ শিয়ালমাৰী বিদ্যালয় খেলপথাৰত বৃহৎ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে। পশ্চিম...

Read moreDetails

লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছাৰে মিজোৰামৰ ৰাজ্যপালৰ পদত্যাগ

মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা কুম্মানাম ৰাজাশেখৰণে শুকুৰবাৰে ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে। কেৰালা ৰাজ্যিক বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত...

Read moreDetails

পত্নীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল বাংলাদেশৰ ছচিয়েল মিডিয়াৰ নায়ক হিৰ’ আলম

যৌতুকৰ বাবে পত্নীক প্ৰহাৰ কৰাৰ অভিযোগত বাংলাদেশ আৰক্ষীয়ে ছচিয়েল মিডিয়াৰ নায়ক আশ্ৰাফুল হুছেইন আলমক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে...

Read moreDetails

ইচ্ছুক ৰক্তদাতাৰ ঘৰতে গৈ ৰক্ত সংগ্ৰহ কৰিব পৰাকৈ ‘ভ্ৰাম্যমাণ ৰক্ত সংগ্ৰহ ভেন’ মুকলি

দুৰ্গতজনক নিজৰ তেজ দান কৰি সুস্থ কৰাত সহায়ৰ মনোভাব ৰখাসকলক ৰক্তদানত সহায় কৰিব পৰাকৈ ৰাজ্য চৰকাৰে ৫খনকৈ ভ্ৰাম্যমাণ ৰক্ত সংগ্ৰহ...

Read moreDetails

গুৱাহাটী সমষ্টিত যুঁজিব প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই

অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থৰ ৰক্ষাৰ হকে কাম কৰি থকা বুলি দাবী কৰা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আগন্তুক লোকসভা নিৰ্বাচনত...

Read moreDetails

চামগুৰিৰ কঠালগুৰিত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে চৰকাৰী বিদ্যালয়

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চামগুৰি অঞ্চলৰ কঠালগুৰিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে অঞ্চলটোত প্ৰৱেশ...

Read moreDetails

কটন বিশ্ববিদ্যালয় তীব্ৰ আৰ্থিক সংকটত : ২০১৬-১৭-অৰ বাজেটত ১০০ কোটি ধাৰ্য্য কৰা দেখুৱাই এটকাও নিদিলে হিমন্তই

দুবছৰ পূৰ্বে ঐতিহ্যমণ্ডিত কটন কলেজক কটন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰৱল বিৰোধিতা হোৱাৰ সময়ত তদান্তীনত শিক্ষা মন্ত্ৰী তথা বিত্ত মন্ত্ৰী হিমন্তই...

Read moreDetails

যোৰহাটত আয়োজিত মহিলা সমাৰোহত ভাষণ দিব প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অসম বিজেপিয়ে আজি যোৰহাটত আয়োজন কৰিছে এক বিশাল মহিলা সমাৰোহ। যোৰহাট কছাৰী ময়দানত আয়োজিত...

Read moreDetails

সন্দেহৰ আৱৰ্তত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰ, ‘বিজ্ঞানী’ কৌস্তভ বি আৰ্য্যৰ দাবী

কৌস্তভ বি আৰ্য্য নামৰ অসমৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰই বিজ্ঞানৰ একাধিক গুৰুত্বপূৰ্ণ তত্ত্ব আৱিষ্কাৰ কৰা বুলি যি দাবী কৰি আহিছে,...

Read moreDetails
Page 4234 of 5642 1 4,233 4,234 4,235 5,642

Stay Connected

Recent News