DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ কঠালগুৰিত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে চৰকাৰী বিদ্যালয়

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 8, 2019 2:07 pm
School

ফটো : নৰ্থ-ইষ্ট নাও

694
VIEWS
Share on FacebookShare on Twitter

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চামগুৰি অঞ্চলৰ কঠালগুৰিত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। জানিব পৰা মতে বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে অঞ্চলটোত প্ৰৱেশ কৰি মিজি গাঁৱৰ ৰংহাং প্ৰাথমিক বিদ্যালয়ত তাণ্ডৱ চলাই কেইবাটাও কোঠাৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ দুটাকৈ গৃহ ভাঙি লণ্ড-ভণ্ড কৰে।

এইদৰে বনৰীয়া হাতীয়ে চলোৱা তাণ্ডৱৰ ফলত আজিৰ দিনটো শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগীয়া হয় বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী।

বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত এতিয়া বিদ্যালয়খনৰ দেৱাল ভাগি পৰাৰ আশংকাত আতংকিত হৈ আছে শিক্ষক, অভিভাৱক সকলৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকল।

ইফালে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ ল’বলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে শীঘ্ৰে বিদ্যালয়খন পুনৰ মেৰামতি কৰি পাঠদানৰ উপযোগী কৰি তুলিবলৈও বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা উক্ত অঞ্চলটোত বনৰীয়া হাতীৰ জাক সমূহ প্ৰৱেশ কৰি স্থানীয় লোকসকলৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বুলিও আক্ষেপ প্ৰকাশ কৰে।

Recent News

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd